--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিব বাজেট ২০২১-২২৷ প্ৰথমবাৰৰ বাবে সংসদত দাখিল হ’ব ছপাবিহীন বাজেট৷ লকডাউনে বিধ্বস্ত কৰা অৰ্থনীতি পুনৰুদ্ধাৰৰ প্ৰত্যাহ্বানৰ মাজেৰে দাখিল কৰিব লগা এই বাজেট নিৰ্মলা সীতাৰমণৰ বাবে কঠিন প্ৰত্যাহ্বান হৈ পৰিছে৷

আৰু পঢ়িব পাৰিব : গুজৰাটত সহকৰ্মীৰ প্ৰেচাৰ কুকাৰৰ আঘাতত মৃত্যু অসমীয়া যুৱক

বাজেটত আয়কৰ ৰেহাইৰ ঊৰ্ধ্বসীমা বৃদ্ধি কৰাৰ সম্ভাৱনা থকাৰ লগতে টিডিএছৰ হাৰ পুনৰ ২৫%লৈ হ্ৰাস কৰাৰ সম্ভাৱনা আছে বুলিও ধাৰণা কৰা হৈছে৷ ইয়াৰ উপৰি বাজেটত নিয়োগ সৃষ্টিত বিশেষ গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে৷

আৰু পঢ়িব পাৰিব : পুনৰ অসমলৈ আহিব নৰেন্দ্ৰ মোদী : লক্ষ্য ৫লাখ জনতা !

ইপিনে প্ৰথমবাৰৰ বাবে কাগজত ছপা কৰা নহয় বাজেট৷ সাংসদসকলে মোবাইল ফোন, লেপটপত চাব পাৰিব এই বাজেট৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ