--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: বিধানসভা আনুষ্ঠানিকভাৱে মুকলি স্বাস্থ্যসেৱা কেন্দ্ৰ৷ উদ্বোধন কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ এই স্বাস্থ্যসেৱা কেন্দ্ৰত প্ৰতিগৰাকী বিধায়ক, মন্ত্ৰী তথা পৰিয়ালে চিকিৎসা সেৱা লাভ কৰিব৷ বিধানসভাত কৰ্মৰত বিষয়া-কৰ্মচাৰীয়েও পাব চিকিৎসাৰ সুবিধা৷

স্বাস্থ্য কেন্দ্ৰটোত থাকিব ৪গৰাকী চিকিৎসক, ৪ গৰাকী ফাৰ্মাচিষ্ট আৰু ৮গৰাকী নাৰ্ছ৷ প্ৰতিদিনেই থাকিব এগৰাকীকৈ বিশেষজ্ঞ চিকিৎসক৷ অনুষ্ঠানত উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে শাসক-বিৰোধীৰ সকলো বিধায়ক৷

আগন্তুক বিধানসভা অধিৱেশন নতুন ভৱনত অনুষ্ঠিত কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ৷ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ