--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি বাজেট অধিৱেশনত পৰৱৰ্তী ছয় বছৰত স্বাস্থ্যসেৱাৰ বাবে ৬৪,১৮০ কোটি টকাৰ আত্মনিৰ্ভৰ স্বাস্থ্য যোজনা ৰূপায়নৰ পৰিকল্পনা ঘোষণা কৰে৷

আৰু পঢ়িব পাৰিব : বাকসাৰ বৰিমাখাত বৃহৎ পৰিমাণৰ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ

ইয়াৰ অংশ হিচাপে ক'ভিড প্ৰতিষধক প্ৰস্তুত কৰাৰ বাবে ৩৫,০০০ কোটি টকা ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। চৰকাৰে এই বাজেটত প্ৰতিৰোধমূলক স্বাস্ব্যসেৱা, নিৰাময়মূলক স্বাস্ব্যসেৱা আৰু সুস্থ জীৱনৰ ওপৰত গুৰুত্ব দিব৷

আৰু পঢ়িব পাৰিব : ভয়ংকৰ ট্ৰাক দুৰ্ঘটনা : আঘাতপ্ৰাপ্ত প্ৰায় ৩০-৪০ জন লোক…

বিত্তমন্ত্ৰীয়ে তেওঁৰ বাজেট ভাষণত ঘোষণা কৰে যে, এই বছৰ ভাৰত বায়’টেকৰ কোভেক্সিন আৰু ছেৰাম ইনষ্টিটিউটৰ ক'ভিশ্বিল্ডৰ উপৰি আৰু দুটা প্ৰতিষেধক অহাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, সীতাৰমণে আজি লোকসভাত মোদী চৰকাৰৰ নৱম বাজেট আৰু ক'ভিড কালৰ প্ৰথম বাজেট উপস্থাপন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ