--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি সকলোৱে জানো যে গাখীৰৰ লগত হালধি মিলাই সেৱন কৰিলে স্বাস্থ্যৰ পক্ষে অতি উপকাৰী, কিন্তু আপুনি কেতিয়াবা পানীৰ লগত হালধি মিলাই সেৱন কৰি পাইছেনে? যদি পোৱা নাই, তেন্তে আজিয়ে গঢ়ি তোলক এই অভ্যাস।

 জানো আহক ইয়াৰ লাভালাভবোৰ-

 ১. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ-

প্ৰতিঘৰ ভাৰতীয় লোকৰ পাকঘৰতে মছলা হিচাপে হালধি ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদিক বহু ঔষধতো হালধি ব্যৱহাৰ কৰা দেখা যায়। হালধিয়ে কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, শৰীৰৰ গুৰুতৰৰ পৰা গুৰুতৰ সমস্যা দূৰ কৰাত সহায় কৰে। ছালৰ সৌন্দৰ্য্যই হওক বা ৰোগ প্ৰতিৰোধ ক্ষমতাই হওক, সকলো দিশতে হালধি ব্যৱহাৰ কৰাটো অতি উপকাৰী বুলি প্ৰমাণিত হৈছে।

 ২. হালধি বহু ধৰণে ব্যৱহাৰ কৰা হয়ঃ-

বহু ধৰণে হালধি ব্যৱহাৰ কৰা দেখা যায়। বেছিভাগ মানুহেই গাখীৰৰ লগত হালধি মিহলাই সেৱন কৰে। আচলতে ইয়াত লুকাই থকা এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণে শৰীৰৰ বহু সমস্যা হ্ৰাস কৰে।

 ৩. বাত বিষৰ বাবেও উপকাৰীঃ-

বাত বিষৰ লগতে ঘাঁ ভাল কৰাত হালধি পানী ব্যৱহাৰ কৰাটো উপকাৰী। বাতবিষৰ ফলত হোৱা প্ৰদাহ আৰু বিৰক্তি হ্ৰাস কৰাত হালধি পানীও ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ