--°C
Loading...
Listen to Article
2 min read
80%

পাটনা : প্ৰতিবছৰে বানৰ তাণ্ডৱে ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰি আহিছে বিহাৰক। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা দেখিবলৈ পোৱা হোৱা নাই। এইবাৰ বাৰিষাৰ বানে ৰাজ্যখনৰ পৰিস্থিতি জটিল কৰি তোলাৰ আশংকা বঢ়াই তুলিছে। বানৰ কৱলত পৰিছে বিহাৰৰ দাৰভাংগা জিলা। ৰাজ্যখনৰ বাগমাটি, গেহুমী আৰু কমলা নদীকেইখন বিগত প্ৰায় এপষেক ধৰি ফেনে-ফোটোকাৰে বাঢ়িছে।

ফলত ৰাজ্যখনৰ দাৰভাংগা জিলাৰ কেইবাটাও অঞ্চল বানৰ কৱলত পৰিছে। দাৰভাংগা জিলাৰ জিলা উপায়ুক্ত থিয়াগাৰাজন এছ এমে কালি কাৰ্যবাহী অভিযন্তাসকলৰ সৈতে আলোচনাত মিলিত হয় আৰু বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতিৰ বুজ লয়। উপায়ুক্তগৰাকীয়ে বানৰ কৱলত পৰা লোকসকলৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰাৰো নিৰ্দেশ দিয়ে। জিলা প্ৰশাসনে প্ৰকাশ কৰা মতে জিলাখনৰ ৭৯খন গাঁও বানৰ কৱলত পৰিছে আৰু প্ৰায় ৫৮হজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা, তেওঁলোকক খাদ্যৰ যোগান ধৰাৰ দৰে বিভিন্ন অত্যাৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ