--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাস্তুশাস্ত্ৰই কেৱল ব্যক্তিগত জীৱনতে নহয়, আপোনাৰ পেছাদাৰী জীৱনতো যথেষ্ট প্ৰভাৱ পেলায়। আমাৰ ঘৰৰ বাস্তু উন্নত কৰাৰ বাবে আমি যিদৰে কাম কৰোঁ। একেদৰে আমি আমাৰ ব্যৱসায়, আমাৰ কাম আৰম্ভ হোৱাৰ আগতেই কিছুমান বিশেষ নিয়ম মন কৰিবলগীয়া। যদি আপুনি মাত্ৰ এই সৰু বস্তুটো ঘৰত ৰাখে সফলতাৰ লগতে ঘৰলৈ আগমন ঘটিব প্ৰচুৰ অৰ্থৰ।

 আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ ধাতুৰ কাছ-

আত্মবিশ্বাস বঢ়াবলৈ ঘৰত সদায় ৰাখক এটা ধাতুৰ কাছ। ধাতুৰ কাছৱে দীৰ্ঘ আয়ুস আৰু আত্মবিশ্বাস বৃদ্ধি কৰে বুলি বিশ্বাস কৰা হয়। যদি আপুনি কোনো নতুন কাম কৰিবলৈ আত্মবিশ্বাস বঢ়াব পৰা নাই। যাৰ বাবে আপুনি বিফলতাৰ সন্মুখীন হৈছে, তেন্তে আজিয়েই ঘৰলৈ আনক এটা ধাতুৰ কাছ।

 কোনটো দিশত ৰাখিব লাগে জানি লওক-

ঘৰৰ যি ঠাইত আপুনি বেছি সময় কটায় তাত কাছটো ৰাখিব লাগে। কাছটো পানীৰে ভৰা এটা ডাঙৰ বাটিত থৈ দিব। আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ ধাতুৰ কাছ উত্তৰ দিশত ৰাখিব লাগে।

 আৰ্থিক দিশত উন্নতি কৰে ক্ৰিষ্টেলৰ কাছ-

কাছক সম্পদৰ সূচক হিচাপেও গণ্য কৰা হয়। যদি আপোনাৰ আৰ্থিক সমস্যা সন্মুখীন হৈ আছে তেন্তে ঘৰত এটা ক্ৰিষ্টেল কাছ আনি ঘৰ বা অফিচত ৰাখিব পাৰে। মাত্ৰ এটা কথা মনত ৰাখিব যে ই দুৱাৰৰ ফালে নহয় ঘৰৰ ভিতৰৰ ফালে মুখ কৰি ৰাখিব লাগে। কাৰণ ক্ৰিষ্টেল কাছৰ মুখ য’ত থাকে সেই দিশলৈ ধনৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ