--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমাৰ দেশত বিভিন্ন পৰম্পৰা আছে। এনে এটা বিশেষ পৰম্পৰা হ’ল কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে বা পৰীক্ষা দিয়াৰ আগতে দৈ আৰু চেনি খোৱা। মানুহৰ এটা বিশ্বাস আছে যে দৈ আৰু চেনি খালে কৰিবলৈ ওলোৱা কামটো ভাল হয়। মানুহে দৈ আৰু চেনি খোৱাটো শুভ বুলি গণ্য কৰে, কিন্তু দৈ আৰু চেনি খোৱাৰ আঁৰত কি কি সঠিক যুক্তি আছে জানেনে? এই বিষয়ে জানো আহক -

হয় আমাৰ দেশত কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে দৈ-চেনি খুৱালে কামটো ভাল হ’ব বুলি ধৰি লোৱা হয়। দৈ-চেনি খাই পৰীক্ষালৈ যোৱা বা আন কোনো গুৰুত্বপূৰ্ণ কাম কৰিলে যে ভাল হ’ব পাৰে তাত কোনো সন্দেহ নাই। কিন্তু ইয়াৰ কাৰণ দৈ-চেনিৰ ভাল বা বেয়া বুলি একো যুক্তি নাই,বৰঞ্চ এই ক্ষেত্ৰত চেনি আৰু দৈৰ সমন্বয়ৰ বাবে পোৱা গুণাগুণেহে সহায় কৰে।

আচলতে দৈয়ে আমাৰ শৰীৰৰ বাবে প্ৰাকৃতিক শীতল পদাৰ্থ হিচাপে কাম কৰে, যাৰ ফলত আমাৰ শৰীৰৰ তাপৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি পায়। ইয়াৰ বাহিৰেও চেনিৰ বাবে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ গ্লুক’জ পায়। দৈ আৰু চেনি একেলগে খালে মনটো শান্ত আৰু একাগ্ৰ হৈ থাকে আৰু আমাৰ কাৰ্যক্ষমতাও বৃদ্ধি পায়। এই কাৰণেই মানুহে পৰীক্ষালৈ যোৱাৰ আগতে বা আন গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে দৈ আৰু চেনি খোৱাটো শুভ বুলি গণ্য কৰে।

আয়ুৰ্বেদিক গুণেৰে ভৰপূৰ দৈ। ইয়াক খালে পেটৰ লগত জড়িত সকলো সমস্যাৰ পৰাও পৰিত্ৰাণ পোৱা যায়। হজম শক্তিৰ বাবেও দৈ উপকাৰী।  দাঁত মজবুত কৰাত আৰু বহু ধৰণৰ সমস্যাতো এই খাদ্য ফলপ্ৰসূ। দৈ খোৱা মহিলাৰ বাবে অতি উপকাৰী। ইয়াৰ ফলত ইহঁতৰ যোনিৰ সংক্ৰমণৰ সম্ভাৱনা কম হয়। ওজন কমোৱাতো দৈয়ে সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ