--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : তুৰস্কত ইষ্টানবুলৰ মেয়ৰ একক্ৰেম ইমামগলুক দুর্নীতিৰ গোচৰত দেওবাৰে আনুষ্ঠানিকভাবে গ্ৰেপ্তাৰ কৰা হয়। তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়ীপ এৰড'গানৰ প্ৰধান বিৰোধী বুলি জনাজাত এই মেয়ৰজনক দেশখনৰ ৰিপাব্লিকান পার্টিৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্রক্ষেপ কৰা হৈছিল। 

মেয়ৰজনক গ্ৰেপ্তাৰৰ পাছতেই দেশখনত ৰাজনৈতিক উত্তেজনা বৃদ্ধি পায়, তুৰস্কৰ বিভিন্ন চহৰ বিৰোধী দলৰ হাজাৰ হাজৰ প্ৰতিবাদকাৰীয়ে উত্তাল কৰে। দেশখনৰ চৰকাৰী কৰ্তৃপক্ষই স্থানীয় চহৰসমূহৰ পথত বেৰিকেড স্থাপন কৰে প্ৰতিবাদকাৰীক বাধা দিবলৈ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শতাধিক আৰক্ষীক নিয়োগ কৰা হয় চহৰসমূহত। ৰাষ্ট্ৰজুৰি চলি থকা প্ৰতিবাদৰ লগতে ইষ্টানবুলতো হাজাৰ হাজাৰ প্ৰতিবাদীয়ে ৰাজপথ উত্তাল কৰে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ