--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইলে গাজা ষ্ট্ৰিপত ভয়াৱহ আক্রমণ চলাই চাৰি শতাধিক লোকক হত্যা কৰাৰ পাছত এই যুদ্ধ আৰম্ভ কৰাৰ বিৰুদ্ধে জেৰুজালেমত হাজাৰ হাজাৰ ইজৰাইলীয়ে প্রতিবাদী শোভাযাত্রা বাহিৰ কৰে। 

প্রতিবাদীসকলে আশংকা প্রকাশ কৰে যে ইজৰাইলৰ এই আক্রমণে হামাছৰ ওচৰত থকা প্রায় দুই ডজন পণবন্দীৰ জীৱন বিপদাপন্ন কৰিব পাৰে। প্রধানমন্ত্রী নেটান্যাহুৱে আক্রমণৰ যোগেদি যুদ্ধবিৰতি ভংগ কৰাৰ পাছত বুধবাৰে ইজৰাইলী সংসদৰ বাহিৰত দেখা গ'ল দেশখনৰ ৰাষ্ট্ৰীয় পতাকা জোকাৰি প্রতিবাদ কৰা লোকাৰণ্য। 

উল্লেখযোগ্য যে হামাছৰ হাতত এতিয়াও ৫০ গৰাকী পণবন্দী আছে, যিসকলৰ ২৪জন জীৱিত বুলি ভবা হৈছে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ