--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই: ব'ম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠৰ এক ৰায়দান অনুসৰি এগৰাকী নাবালিকাৰ হাতত ধৰি এজন পুৰুষে পেণ্টৰ জিপ খোলাটো যৌন উৎপীড়নৰ অধীনত নপৰে। ন্যায়াধীশ পুষ্প গানেদিৱালাৰ বিচাৰপীঠে ১৫ জানুৱাৰীত এজন ৫০বছৰীয়া ব্যক্তিয়ে পাঁচ বছৰীয়া এজনী ছোৱালীক যৌন নিৰ্যাতন আৰু উৎপীড়ন কৰাৰ বাবে দোষী ঘোষণা কৰা আদালতৰ এক আদেশক প্ৰত্যাহ্বান জনাই দিয়া আৱেদন সন্দৰ্ভত বিচাৰ প্ৰদান কৰোঁতে এই ৰায় দিয়ে৷

আৰু পঢ়িব পাৰিব : গোলাঘাটৰ বৰপথাৰত শোকাৱহ পথ দুর্ঘটনাত এজনৰ মৃত্যু

লিবনাছ কুজুৰ নামৰ লোকজনক অসৎকাৰ্যৰ বাবে বিগত বৰ্ষত আইপিচিৰ দুটা আৰু পকছ' আইনৰ দুটাকৈ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছিল আৰু পাঁচ বছৰৰ বাবে কাৰাদণ্ড বিহা হৈছিল। উচ্চ ন্যায়ালয়ে লগতে কয় যে, বৰ্তমানৰ গোচৰটোৰ তথ্যবোৰ যৌন উৎপীড়নৰ অভিযোগৰ বাবে অভিযুক্তক অপৰাধী সাব্যস্ত কৰিবলৈ পৰ্যাপ্ত নহয়।

আৰু পঢ়িব পাৰিব : সাংসদ গৌৰৱ গগৈৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাত হিংসা হৈছে হিমন্তৰ – ৰকিবুল হুছেইন

উল্লেখ্য যে, অভিযোগ অনুসৰি কুজুৱে ২০১৮ চনৰ ১২ ফেব্ৰুৱাৰীত ভুক্তভোগীৰ ঘৰত মাক কামলৈ যোৱা অৱস্থাত প্ৰৱেশ কৰিছিল আৰু যেতিয়া মাক কামৰপৰা উভতি আহিছিল, তেতিয়া তেওঁ অভিযুক্তজনক তেওঁৰ পেণ্টৰ জিপ খুলি ছোৱালীজনীৰ হাতত ধৰি থকা দেখিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ