--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: ক'ভিড-১৯ ভাইৰাছক লৈ ন ন অধ্য়য়ন তথা গৱেষণা অব্য়াহত থকাৰ সময়তে পোহৰলৈ আহিছে এক উদ্বেগজনক তথ্য়৷ এক জাৰ্মান গৱেষণা অনুসৰি ক'ভিড-১৯ ৰ সংক্ৰমণে শুক্ৰাণুৰ মান নেতিবাচকভাৱে প্ৰভাৱিত কৰিব পাৰে আৰু পুৰুষৰ প্ৰজনন ক্ষমতা হ্ৰাস কৰিব পাৰে৷

আৰু পঢ়িব পাৰিব : শিশু কন্যাৰ যৌন উৎপীড়নৰ গোচৰত বিভ্ৰান্তিকৰ ৰায় ব’ম্বে উচ্চ ন্যায়ালয়ৰ

ক'ভিড আক্ৰান্ত প্ৰায় ৮৪ জন পুৰুষৰ ছেম্পল পৰীক্ষা কৰি পোৱা গৈছে যে সংক্ৰমিত লোকসকলৰ শুক্ৰাণু কোষৰ মৃত্যু বৃদ্ধি পাইছে, শুক্রাণুৰ ঘনত্ব হ্ৰাস হৈছে, গতিশীলতা আৰু আকৃতি সলনি হৈছে। গৱেষকসকলৰ মতে শুক্রাণু কোষৰ ওপৰত এই প্ৰভাৱবোৰে শুক্রাণুৰ মান নিম্ন কৰাৰ লগতে প্ৰজনন ক্ষমতা হ্ৰাস কৰিব পাৰে৷

আৰু পঢ়িব পাৰিব : গোলাঘাটৰ বৰপথাৰত শোকাৱহ পথ দুর্ঘটনাত এজনৰ মৃত্যু

জাৰ্মানীৰ জাষ্টছ লাইবিগ বিশ্ববিদ্য়ালয়ৰ বেহজাদ হাজিজাদেহ মালেকি আৰু বখতিয়াৰ তাৰটিবিয়ানে কৰা এই গৱেষণাত ক'ভিড ১৯ৰ প্ৰভাৱত শুক্ৰাণুৰ মানদণ্ড প্ৰভাৱিত হোৱাৰ কথা কোৱা হৈছে যদিও ইয়াৰ ফলত পুৰুষৰ প্ৰজনন ক্ষমতা হ্ৰাস হয় নে নহয় সেই কথা এতিয়াও স্পষ্ট হোৱা নাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ