--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীৰ: প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ প্ৰশংসাত পঞ্চমুখ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ভাষণ প্ৰসংগত শৰ্মাই কয়- 'সোণোৱাল ডাঙৰীয়াক সফল পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে প্ৰাৰ্থনা৷ তেওঁ যথেষ্ঠখিনি কৰি থৈছে দলটোৰ বাবে৷'
আজি অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত ড০ হিমন্ত বিশ্ব শৰ্মাই সোণোৱালৰ অৱদান দলটোৰ বাবে অপূৰণীয় বুলিও মন্তব্য কৰে৷ আজি এই অনুষ্ঠানত ৰাজ্যিক বিজেপি সভাপতিৰ দায়িত্ব ল’লে মন্ত্ৰী ভৱেশ কলিতাই৷ আজি হেঙেৰাবাৰীত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে সভাপতিৰ দায়িত্ব৷ ৰঞ্জিত দাসৰ পৰা সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে কলিতাই৷ সভাপতিৰ আসন গ্ৰহণ কৰি ভৱেশ কলিতাই কয় যে, 'আমি বহুত কৰিবলগীয়া আছে। আমি ২৫ বছৰীয়া একশ্যন প্লেন প্ৰস্তুত কৰি আগবাঢ়িব লাগিব। জ্যেষ্ঠজনক সন্মান জনাই আমি আগবাঢ়িম৷'
ড্ৰাগছমুক্ত অসমৰ গঢ়াৰ লক্ষ্যৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শ’লাগ ভৱেশ কলিতাৰ।
কাৰ্যনিৰ্বাহকত ৰঞ্জিত দাসে ভাষণত প্ৰসংগত কয়,- 'মোৰ ৪ বছৰ ৬ মাহৰ কাৰ্যকাল অন্ত পৰিল। কা আন্দোলনৰ সময়ত যি পৰিৱেশৰ সৃষ্টি হৈছিল তেতিয়াই হিমন্ত বিশ্ব শৰ্মাই কৈছিল বহু কাম কৰিব লাগিব আৰু সেই অনুসৰি কাম কৰি আজি এই অৱস্থা পাইছে বিজেপি দলে।'


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ