--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহিলাসকলৰ ওপৰত তালিবানে আৰোপ কৰা অন্যান্য বাধা-নিষেধৰ লগতে এইবাৰ ঘৰৰ ভিতৰতে মহিলাসকলক সোমাই থকাৰ নিৰ্দেশ দিছে তালিবানে ৷ ''কাবুল মহানগৰ চৰকাৰে'' মহিলা কৰ্মচাৰীসকলক তালিবানে ঘৰৰ ভিতৰত থকাৰ নিৰ্দেশ দিছে ৷ নতুন তালিবান শাসকসকলৰ দ্বাৰা মহিলাৰ ওপৰত আৰোপ কৰা শেহতীয়া নিষেধাজ্ঞাৰ বিৱৰণ দি দেওবাৰে আফগানিস্তানৰ ৰাজধানীৰ অন্তৱৰ্তীকালীন মেয়ৰে এই কথা সদৰী কৰে ৷

তেওঁ কয় যে, কাবুল মহানগৰ চৰকাৰৰ মহিলা কৰ্মচাৰীসকলক ঘৰৰ ভিতৰত থকাৰ নিৰ্দেশ দিয়া হৈছে ৷ সেই অনুসৰি কেৱল পুৰুষৰ দ্বাৰা সলনি কৰিব নোৱাৰা কামৰ বাবেহে মহিলাসকলক অনুমতি প্ৰদান কৰা হৈছে ৷ পুৰুষৰ সৈতে সলনি কৰিব নোৱাৰা কামৰ বাবে যিসমূহ মহিলাসকলক কাম কৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে তাৰ ভিতৰত আছে ডিজাইন আৰু অভিযান্ত্ৰিক বিভাগৰ দক্ষ কৰ্মীৰ লগতে মহিলাসকলৰ বাবে ৰাজহুৱা শৌচালয়ৰ মহিলা সেৱক৷

মেয়ৰগৰাকীয়ে জানিবলৈ দিয়া মতে, কাবুল পৌৰ বিভাগৰ মহিলা কৰ্মচাৰীসকলৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত এতিয়াও বাকী আছে ৷ অৱশ্যে ইয়াৰ মাজতে তেওঁলোকে তেওঁলোকৰ দৰমহা লাভ কৰিব উল্লেখ কৰে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক