--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত অব্যাহত আছে কৰ'নাৰ সংক্ৰমণ৷ বৰ্তমানলৈ ভাৰতত ৩,৩৩,১৬,৭৫৫ জনৰ দেহত ধৰা পৰিছে কৰ'না ভাইৰাছ৷ বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে ৩,২৫,২২,১৭১জনে৷ আনহাতে মৃত্যুমুখত পৰিছে ৪,৪৩,৪৯৭জন লোক৷ বৰ্তমানলৈ ৭৫,৮৯,১২,২৭৭জনে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে৷

ইপিনে একেৰাহে সপ্তম দিনতো সমগ্ৰ দেশৰ পৰা নতুনকৈ ক'ভিডত আক্ৰান্তৰ সংখ্যা ৩০হাজাৰৰো কম আছিল৷ দেশখনত বৰ্তমান সময়ত সৰ্বাতোকৈ বেছি কৰ'নাত আক্ৰান্ত হোৱা ৰাজ্যখন কেৰালা বুলি চিহ্নিত হৈছে৷ কেৰালাত এটা দিনটেই ১৫,৮৭৬ জন লোক কৰ'নাত আক্ৰান্ত হোৱাৰ খবৰে উদ্বিগ্ন কৰি তুলিছে৷

তাৰ বিপৰীতে মহাৰাষ্ট্ৰত আক্ৰান্ত হয় ৩,৫৩০জন লোক৷ উত্তৰ-পূৰ্বাঞ্চলটো কৰ'নাৰ সংক্ৰমণ হ্ৰাস হোৱা পৰিলক্ষিত হৈছে৷ উত্তৰ-পূৰ্বৰ ৰাজ্যৰ ভিতৰত মিজোৰামত ১,১৮৫জন সৰ্বাধিক আক্ৰান্ত হয়৷ আনহাতে অসমত আক্ৰান্ত হয় ৪৯৩জন৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক