--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস হৈছে যদিও দেশ কৰ’নাৰ সংক্ৰমণমুক্ত হোৱালৈ বহুদূৰ বাকী আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়েই অলপতে এইকথা প্ৰকাশ কৰিছে। দেশত বিগত ২৪ঘণ্টাত ৪১,৫০৬গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। শনিবাৰৰ তুলনাত এই সংখ্যা সামান্য কম বিবেচিত হৈছে। আনহাতে বিগত ২৪ঘণ্টাত মৃত্যু হৈছে ৮৯০জন আক্ৰান্তৰ।

দেশত মহামাৰী আৰম্ভ হোৱাৰ সময়ৰে পৰা মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়া ৪.৭ কোটিৰো অধিক হৈছে। অৱশ্যে চিকিতসাধীন ৰোগীৰ সংখ্যা ৪.৫৪লাখলৈ হ্ৰাস পাইছে। বিগত ২৪ ঘণ্টাক ৪১হাজাৰৰো অধিক লোক সংক্ৰমণমুক্ত হৈ উঠিছে। দেশত এতিয়া দৈনিক সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে ২.২৫শতাংশলৈ। ক’ভিড সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠা লোকৰ সংখ্যা প্ৰায় তিনি কোটিলৈ বৃদ্ধি পাইছে। আৰোগ্যৰ হাৰ হৈছেগৈ ৯৭.২০শতাংশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ