--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিগত ২৪ ঘণ্টাত ভাৰতত ১৮,৩২৭টা নতুন ক'ভিড ৰোগী ধৰা পৰিছে৷ লগতে ১৪,২৩৪জনক কৰ'নামুক্ত ঘোষণা কৰে৷ শুকুৰবাৰে মৃত্যু হয় ১০৮জনৰ৷ এই তথ্য প্ৰদান কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে৷

আৰু পঢ়িব পাৰিব : অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহসহ লক্ষাধিক টকাৰ সা-সম্পত্তি

বৰ্তমানলৈকে মুঠ ক’ভিড ৰোগীৰ সংখ্যা হৈছেগৈ ১,১১,৯২,০০৮টা৷ ইয়াৰে ক'ভিডমুক্ত হৈছে ১,০৮,৫৪,১২৮টা, মৃত্যু হৈছে ১,৫৭,৬৫৬জন আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে ১,৮০,৩০৪টা ঘটনা৷

আৰু পঢ়িব পাৰিব : দুলীয়াজানৰ পৰা যুঁজিব লুৰিণজ্যোতিয়ে : ১৮টা সমষ্টিত যুঁজিব অজাপই…

আনহাতে দেশত ভেকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি সৰ্বসাধাৰণৰ বাবে মুকলি কৰা ভেকচিন প্ৰক্ৰিয়াত বৰ্তমানলৈকে গ্ৰহণ কৰিছে ১,৯৪,৯৭,৭০৪জনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ