--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: অলপতে প্ৰকাশ পোৱা এক সমীক্ষাই বিশ্বব্যাপী চৰ্চা লাভ কৰিবলৈ হৈছে৷ সমীক্ষাটোত এটা বৰ্ষত ঘৰুৱাভাৱে অপচয় কৰা খাদ্যৰ হিচাপ প্ৰকাশ পায়৷ ২০১৯ চনৰ এই সমীক্ষাটোত আনুমানিক ৯৩১ নিযুত টন বা বিশ্বজুৰি মজুত খাদ্যৰ ১৭% খাদ্য অপচয় হৈছিল৷ আমাৰ দেশৰ হিচাপত ভাৰতীয় ঘৰত প্ৰতিবছৰে প্ৰতি জনব্যক্তিয়ে ৫০ কিলোগ্ৰাম খাদ্য অপচয় কৰা হয়৷

মুখ্য নিৰ্বাচনী বিষয়াৰ সংবাদমেল! মুকলি কৰা হ’ল নিৰ্বাচনী শীৰ্ষক গীত

এই অপচয় হৈছিল খাদ্য দেলিভাৰীত, ৰেষ্টুৰেণ্ট অথবা ঘৰুৱা ব্যৱহাৰৰ লগতে অন্যান্য কাৰণত৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী (ইউএনইপি)ৰ দ্বাৰা প্ৰকাশ কৰা খাদ্য আৱৰ্জনা সূচক প্ৰতিবেদন ২০২১ত এই তথ্য পোহৰলৈ অহাৰ পাছতেই সৰ্বত্ৰে প্ৰতিক্ৰিয়া লাভ কৰিছে৷

ফ্লাইং স্কোৱাডৰ অভিযানত জব্দ কেইবালাখ ধনসহ সুৰা

বিশ্বব্যাপী অপচয় হোৱা খাদ্য ওজন প্ৰায় ভাৰত ২০১৯-২০ বৰ্ষত উৎপাদন হোৱা সৰিয়হ, কুহিয়াৰ আৰু উদ্যানশস্যৰ সমান । প্ৰতিবেদনত দেখা গৈছে যে বিশ্বব্যাপী এই খাদ্য অপচয়ৰ বেছিভাগ খাদ্য ডেলিভাৰী আৰু ৰিটেইল আউটলেট খাদ্যই অত্যধিক বুলি জানিব পৰা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ