--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই: কইনাৰ বেশত দেখা গ’ল বলীউডৰ মোহময়ী অভিনেত্ৰী কৃতি ছেননক৷ ৰঙা লেহেংগা পৰিধান কৰি অপূৰ্ব সৌন্দৰ্যৰ অধিকাৰী হৈছে অভিনেত্ৰীগৰাকী৷ ইতিমধ্যেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ ফটো৷ নিজৰ আকৰ্ষণীয় ফটোৰে ছ’চিয়েল মিডিয়াত কঁপনি তোলা বলীউডৰ অভিনেত্ৰী কৃতি ছেননক দেখা গ’ল কইনাৰ সাজত৷

মনীষ মালহোত্ৰাৰ ফেশ্বনত ডিজাইনৰ জৰিয়তে ছ’চিয়েল মিডিয়া কঁপালে কৃতিয়ে। মনীষ মালহোত্ৰাই ডিজাইন কৰা ৰঙা লেহেংগাই আকৃষ্ট কৰে অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলক৷ বিবাহৰ বতৰত মালহোত্ৰাই ডিজাইন কৰা লেহেংগাৰ পৰিধান কৰি ফটো শ্বুট কৰে কৃতিয়ে।

শেহতীয়াকৈ নুৰানিয়াত - ‘দ্য ব্ৰাইডাল ২০২১’ এইদৰে কইনাৰ সাজত দেখা গ’ল মোহময়ী কৃতিক৷ বিবাহৰ পৰাম্পৰাগত সাজ-পাৰত অত্যন্ত মোহময়ী আৰু আকৰ্ষণীয় ৰূপৰ বাবে কৃতিক প্ৰশংসা কৰিছে বহুজনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ