--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰূখ খান আৰু গৌৰী খান বলীউডৰ এক শক্তিশালী দম্পতী। অনুৰাগীয়ে তেওঁলোকৰ যুটিটোৰ ওপৰত অপৰিসীম মৰম বৰষে ৷ তেওঁলোকৰ বিষয়ে সৰু সৰু কথাবোৰো জানিবলৈ সদায় উৎসাহিত হয় অনুৰাগীৰ। এনে পৰিস্থিতিত আজি আমি আপোনালোকৰ বাবে লৈ আহিছো এই তাৰকা দম্পতীৰ বিয়াৰ অভ্যৰ্থনাৰ পৰা এটা অতি আমোদজনক কাহিনী। এই কথা জানিও আপুনিও হ’ব আচৰিত ।

बता दें कि शाहरुख खान और गौरी खान आज तीन बच्चों आर्यन खान, सुहाना खान और अबराम खान के पेरेंट्स हैं.

বলীউডৰ জনপ্ৰিয় তাৰকা শ্বাহৰূখ খান। যিয়ে কঠোৰ সংগ্ৰামৰ অন্তত নিজকে বলীউডৰ বাদশ্বাহ কৰি তুলিছে। সকলোৱে জানে যে তেওঁ মুছলমান আৰু হিন্দু যুৱতী গৌৰীক বিয়া কৰাইছে। উদ্যোগটোত খোজ দিয়াৰ প্ৰথম অৱস্থাতে শ্বাহৰূখ আৰু গৌৰীৰ বিয়া হৈছিল ৷ এবাৰ যেতিয়া শ্বাহৰুখ খানে ফৰিদা জালালৰ শ্ব’ত উপস্থিত হৈছিল তেতিয়া তেওঁ নিজৰ বিয়াৰ অভ্যৰ্থনাৰ এটা ধেমেলীয়া কাহিনী তেওঁৰ লগত শ্বেয়াৰ কৰে।

শ্বাহৰূখ খানে ক’লে, “আমাৰ বিয়াৰ অভ্যৰ্থনাত গৌৰীৰ সমগ্ৰ পৰিয়াল উপস্থিত আছিল। যাৰ বহুতৰে মনত সেই সময়ত এই প্ৰশ্ন আছিল যে এই ল'ৰাজন মুছলমান। গতিকে আমাৰ ছোৱালীয়ে এতিয়া ধৰ্ম সলনি কৰিবনে? সেই সময়ত মোৰ অভ্যৰ্থনাত কেৱল এই বিষয়টোহে চৰ্চা হৈ আছিল। এনে পৰিস্থিতিত পৰিবেশ সলনি কৰিবলৈ গৌৰীৰ সৈতে ধেমালি কৰাৰ কথা ভাবিলোঁ।”

আগলৈ তেওঁ ক’লে, “মই গৌৰীৰ কাষলৈ গৈ ক’লোঁ যে উঠা, বোৰ্খা পিন্ধা, নামাজ খন আনা। মোৰ এই কথা শুনি তাত উপস্থিত সকলোৱে স্তম্ভিত হৈ পৰিল। তেওঁলোকে ভাবিছিল যে মই গৌৰীৰ ধৰ্ম সলনি কৰিলোঁ আৰু এতিয়া তেওঁ বোৰ্খা পিন্ধি থাকিব। অৱশ্যে কিছু সময়ৰ পাছত মই ক’লোঁ যে ই কেৱল এটা প্ৰেংকহে।”

वर्कफ्रंट की बात करें तो शाहरुख खान बहुत जल्द अपनी सुहाना खान के साथ फिल्म ‘किंग’ में नजर आने वाले हैं.


উল্লেখযোগ্য যে বৰ্তমান শ্বাহৰুখ খান আৰু গৌৰী খান তিনিটা সন্তানৰ পিতৃ-মাতৃ ৷কৰ্ম জীৱনলৈ লক্ষ্য কৰিলে তেওঁক চুহানা খানৰ সৈতে ‘কিং’ ছবিত অতি সোনকালে দেখা যাব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ