--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডুবাইৰ ৰাজকুমাৰীয়ে ইনষ্টাগ্ৰামত স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰে। ডুবাইৰ শাসকৰ কন্যা শ্বেইখ মাহেৰা বিন মহম্মদ বিন মহম্মদ আল মাকতুমে ছ’চিয়েল মিডিয়াত ঘোষণা কৰে যে তেওঁ আৰু স্বামী শ্বেখ মানা বিন মহম্মদ আল মাকতুমৰ সৈতে থাকিব নিবিচাৰে।

বিবাহৰ ১০ মাহৰ পিছত ৰাজহুৱাভাৱে এই কথা ঘোষণা কৰে। বিয়াৰ দুমাহৰ ভিতৰতে মহেৰাই কন্যা সন্তান জন্ম দিয়ে। এটা ইনষ্টাগ্ৰাম পোষ্টত তেওঁ লিখিছে- ‘‘প্ৰিয় স্বামী, তুমি আনৰ লগত ব্যস্ত, সেয়ে মই তোমাৰ পৰা বিবাহ বিচ্ছেদ ঘোষণা কৰিছো। ভালকৈ থাকক, ইতি: আপোনাৰ প্ৰাক্তন পত্নী।'' ইনষ্টাগ্ৰামৰ পৰা স্বামীৰ সকলো ফটো ডিলিট কৰিছে মাহেৰাই। এই পোষ্টটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল। বহুতে মহেৰাৰ এই পদক্ষেপক সমৰ্থন কৰিছে।

ছচিয়েল মিডিয়া এতিয়া আমাৰ দৈনন্দিন সংগী। দৈনিক সকলো আপডেট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ভাল পায়। অৱশ্যে ছচিয়েল মিডিয়াত পোনপটীয়াকৈ এই বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰা হৈছে। মহেৰা ধৰ্মত ত্ৰিগুণ তালাকৰ নিয়ম আছে। সেই নিয়ম অনুসৰি তেওঁ ছ’চিয়েল মিডিয়াত তিনিবাৰকৈ বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ; অন্ধকাৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
AIত দক্ষতাৰ অভাৱ; ৮০০০ কৰ্মচাৰীক ছাটাই কৰিব METAই
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ
মাজুলীৰ দক্ষিণপাট সত্ৰত ৰঙালী বিহু উদযাপন: সত্ৰাধিকাৰৰ শুভেচ্ছা আৰু পৰম্পৰাগত 'মালা সেৱা' সম্পন্ন