--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আজি আহমেদাবাদত হ’ব ভাৰত-পাকিস্তানৰ মহাৰণ।  ক্ষন্তেক পূৰ্বে আৰম্ভ হৈছে ভাৰত-পাকিস্তানৰ মেছ। টছত জিকি ভাৰতে ফিল্ডিং কৰিবলৈ খেলপথাৰত নামিব ।  খেল খন আৰম্ভ হোৱাৰ পূৰ্বে  আজিৰ খেলত কোন জিকিব তাৰ  ভৱিষ্যতবাণী সাংখ্যিকতাবাদী প্ৰীতম দাস ওৰফে প্ৰিন্সে কৰিছে, যাক বংগৰ নষ্ট্ৰাডামুছ বুলি জনা যায়। ইয়াৰ আগতে তেওঁ বিশ্বকাপ ফুটবলৰ সময়ত কেইবাটাও ভৱিষ্যতবাণী কৰিছিল। 

 তেওঁৰ মতে, সংখ্যাতত্ত্ব অনুসৰি আজিৰ সামগ্ৰীক মেছ খনৰ  মুলাংক – ৫ আৰু ভাগ্যঙ্ক – ৪। আজিৰ বাবে ভাগ্যৱান সংখ্যাবোৰ হৈছে ক্ৰমান্বয়ে ২, ৪, ৫, ৮। আনহাতে, অশুভ সংখ্যাবোৰ হৈছে ১, ৭, ৯। তুলনামূলক মূল্যৰ ক্ষেত্ৰত ভাৰত এখন শক্তিশালী দল, কিন্তু আজি তেওঁলোকে অলপ সাৱধানতাৰে খেলিব লাগে। কাৰণ আজি, অশুভ সংখ্যাৰ প্ৰভাৱ ভাৰতীয় দলৰ ওপৰত অলপ বেছি দৃশ্যমান হৈছে বুলি তেওঁ কয়। 

গতিকে আজিৰ খেলখনত অঘটনৰ  আশংকা  নুই কৰিব নোৱাৰি বুলি তেওঁ কয় । সেয়ে  ভাৰতে সতৰ্কতাৰে খেলিব লাগিব বুলি তেওঁ কয়।  ভাৰতৰ সন্মুখত যথেষ্ট প্ৰত্যাহ্বান থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে  যুঁজি যুঁজিহে জিকিব পাৰে । যিকি নহওঁক , হয়তো ভাৰতে সহজে খেলি পাকিস্তানক পৰাভূত কৰিব পাৰে।  এয়া  কেৱল এটা ভৱিষ্যতবাণীহে, অৰ্থাৎ পূৰ্বানুমান পদ্ধতি, যিয়ে কেৱল সম্ভাৱনাকেই সূচায়।দেখা যাওঁক অন্তিম সময়লৈ খেল খনে কেনে গতি লয়। আহক আমি সকলোৱে এতিয়া খেল চাওঁ। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ