--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হ’ল ভাৰত-পাকিস্তানৰ খেল যুদ্ধ। ভাৰত আৰু পাকিস্তান দুয়োটা দলেই আজি  আত্মবিশ্বাসী। সেয়ে আজিৰ খেলখন হ’ব  ক্ৰিকেট দক্ষতাৰ যুঁজ । আফগানিস্তানৰ মেচখন জিকাৰ পিছত ৰোহিত শৰ্মাই কৈছিল যে তেওঁ আন দলৰ দৰেই পাকিস্তানৰ বিৰুদ্ধেও সহজভাবে খেলিব। পাকিস্তানক কোনো পৃথক গুৰুত্ব দিয়া নহ'ব। 

পাকিস্তানৰ অপেনাৰ আব্দুল্লাহ চফিক আৰু ইমাম-উল-হক এতিয়া  ক্ৰীজত আছে।

পাকিস্তানৰ খেলুৱৈসকলঃ  আব্দুল্লাহ চফিক, ইমাম-উল-হক, বাবৰ আজম (গ), মহম্মদ ৰিজৱান (ৱিকে), চাউদ চাকিল, ইফতেখাৰ আহমেদ, শাদাব খান, মহম্মদ নাৱাজ, হাছান আলী, শ্বাহিন শ্বাহ আফ্ৰিদি, হাৰিছ ৰউফ

 ভাৰতৰ খেলুৱৈসকলঃ  ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (ৱিকে), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ


ৰোহিত শৰ্মাই টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। তেওঁ কয়  যে তেওঁলোকৰ লক্ষ্য হ'ব ৰাণ অনুসৰণ কৰা। টছৰ পিছত ৰোহিতে কয়, "এই খেলখন আমাৰ বাবে সপোনৰ দৰে।  আমি সকলোৱে এইটো অনুভৱ কৰি আছো।  গতিকে আমি ৰাণ  কৰিব বিচাৰো। আমি আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা অব্যাহত ৰাখিম। আমি ভাল আৰম্ভণি কৰিব বিচাৰো আৰু ভাল খেলিব বিচাৰো। " উল্লেখ্য এতিয়ালৈকে, ভাৰতীয় দলে বিশ্বকাপ পৰ্যায়ত সাতবাৰ বিজয়ী হৈছে। বিশ্ব মঞ্চত বাইশ গজৰ যুঁজত পাকিস্তানে কেতিয়াও ভাৰতক পৰাস্ত কৰা নাই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ