--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সীমান্তৰ অঞ্চলৰ পৰা আঁতৰি যাবলৈ সাধাৰণ লোকক নিৰ্দেশ। বাহৰেইনত পুনৰ আক্ৰমণ চলালে ইৰানে।

ডিজিটেল ডেস্কঃ আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিছে। সপ্তম দিনত প্ৰৱেশ কৰিলে মধ্যপ্ৰাচ্যৰ যুদ্ধই।


লেবাননৰ বেইৰুটত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক। হিজবুল্লাৰ ঘাটিত মোক্ষম আঘাত ইজৰাইলৰ। হিজবুল্লাৰ কামাণ্ডাৰ জেইদ আলী জুম্মা নিহত হোৱাৰ দাবী।


ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ সকীয়নি লেবাননৰ। 


সীমান্তৰ অঞ্চলৰ পৰা আঁতৰি যাবলৈ সাধাৰণ লোকক নিৰ্দেশ। বাহৰেইনত পুনৰ আক্ৰমণ চলালে ইৰানে।


মানামাৰ এখন হোটেল আৰু দুটা আবাসিক ভৱন ধ্বংস। জৰ্ডান আৰু সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰতো পুনৰ আক্ৰমণ


আমেৰিকাৰ মিছাইল প্ৰতিৰোধী ৰাডাৰ ধ্বংস কৰা বুলি ইৰানৰ দাবী। মধ্যপ্ৰাচ্যৰ ২০ টা মাৰ্কিন সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ।


আজি কাটাৰৰ মাৰ্কিন সামৰিক ঘাটিলৈ পুনৰ ড্ৰোন নিক্ষেপ। ইজৰাইলে ইৰানৰ ওপৰত অব্যাহত ৰাখিছে মিছাইল আক্ৰমণ। 


কেইবাটাও ভয়ংকৰ বিস্ফোৰণত কঁপিছে তেহৰান। ইৰানত নিহতৰ সংখ্যা ১৩০০ অতিক্ৰম। 


ইটালীয়ে বন্ধ কৰি দিলে তেহৰানত থকা দূতাবাস। 


ইফালে আমেৰিকাৰ এখন ছাবমেৰিনে ইৰানৰ এখন যুদ্ধজাহাজ ধ্বংস কৰাৰ বিপৰীতে ইৰানে সমগ্ৰ অঞ্চলটোৰ সামৰিক আৰু অৰ্থনৈতিক আন্তঃগাঁথনি ধ্বংস কৰাৰ ভাবুকি প্ৰদান কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ