--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৮ ফেব্ৰুৱাৰীত নিশা অভিযুক্তজনে মাকুমৰ অশোক নগৰ আৰু আনন্দবাগ অঞ্চলত থকা ৯খন দোকানত ধাৰাবাহিকভাৱে চুৰি কাৰ্য কৰিছিল।

ডিজিটেল ডেস্ক: অৱশেষত গ্ৰেপ্তাৰ হ’ল মাকুম আৰক্ষীৰ নিদ্ৰা হৰণ কৰা এটা গভাইত চোৰ৷ তিনিচুকীয়া জিলাৰ মাকুম নগৰত নিশা হ’লেই দোকান আৰু বাসগৃহত সোমাই ধাৰাবাহিক চুৰিকাণ্ড সংঘটিত কৰি ত্ৰাস সৃষ্টি কৰা গভাইত চোৰ অচিত নায়ক আৰক্ষীৰ জালত পৰিছে৷


৮ ফেব্ৰুৱাৰীত নিশা অভিযুক্তজনে মাকুমৰ অশোক নগৰ আৰু আনন্দবাগ অঞ্চলত থকা ৯খন দোকানত ধাৰাবাহিকভাৱে চুৰি কাৰ্য কৰিছিল। 


চুৰিকাণ্ডৰ পাছতেই মাকুম আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই অৱশেষত চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷


সম্প্ৰতি গভাইত চোৰটোৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। 


চোৰটোক গ্ৰেপ্তাৰ কৰা খবৰত স্বস্তিৰ নিঃশ্বাস পেলাইছে অঞ্চলবাসীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ