--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে তিনি বছৰীয়া আমেৰিকাৰ নীতি পৰিহাৰ কৰি অতি সোনকালে ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ-বিৰতিৰ বিষয়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে আলোচনাত মিলিত হ'ব বুলি ঘোষণা কৰিছিল। 

ইয়াৰ পাছত ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ অন্ত পেলোৱাৰ বাবে ইউক্রেইনক জড়িত নকৰাকৈ হোৱা যিকোনো শান্তি আলোচনাৰ কোনো সিদ্ধান্ত ইউক্রেইনে মানি নলয়। 

ট্রাম্পে পুটিনৰ লগত এই বিষয়ত কথা পতাটো 'বৰ সন্তোষজনক' নহয় বুলি জেলেনস্কিয়ে মন্তব্য কৰে। পুটিনৰ পৰিকল্পনা অনুসৰি সকলো হ'বলৈ দিয়া নহ'ব বুলি তেওঁ কয়। এখন স্বতন্ত্র দেশ হিচাপে ইউক্রেইনক জড়িত নকৰাকৈ কোনো চুক্তি সম্পাদন হ'লে, সেই চুক্তিখন কেনেকৈ ইউক্রেইনে মানি ল'ব বুলি জেলেনস্কিয়ে প্রশ্ন কৰে। আনহাতে, একেধৰণে কেইখনমান ইউৰোপীয় দেশেও ইউক্রেইনক জড়িত কৰি শান্তিৰ বিষয়ত আলোচনাৰ পোষকতা কৰিছিল।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ