--°C
Loading...
Listen to Article
2 min read
80%

কুৰ্নোল: অন্ধ্ৰপ্ৰদেশত এক শোকাৱহ পথ দুৰ্ঘটনাত ১৪ জন লোক নিহত হৈছে৷ কুৰ্নোল নামৰ অঞ্চলটোত তীৰ্থযাত্ৰীক কঢ়িয়াই নিয়া এখন বাছ আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়৷ ঘটনাটোত এটি শিশুও মৃত্য়ুমুখত পৰে৷

আৰু পঢ়িব পাৰিব : হাত-ভৰি বন্ধা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ গাঁও পঞ্চায়তৰ সভাপতি !

আন চাৰিটি শিশুক আঘাতপ্ৰাপ্ত অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও তাৰে দুটি শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ দুৰ্ঘটনাটো ৰাজ্যখনৰ কুৰ্নোল জিলাৰ এখন গাঁৱৰ ওচৰত সংঘটিত হৈছিল।

আৰু পঢ়িব পাৰিব : সোণোৱাল চৰকাৰৰ প্ৰথম কাৰ্যকালৰ অন্তিম অধিৱেশনত বিজেপিৰ জয়গান

১৮ জন লোকক কঢ়িয়াই নিয়া মিনি বাছখনে এটা ডিভাইডাৰত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনত খুন্দা মাৰিছিল৷ তীৰ্থভ্ৰমণকাৰী দলটো চিত্তোৰ জিলাৰ মদনপালেৰ পৰা ৰাজস্থানৰ আজমেৰলৈ গৈ আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ