--°C
Loading...
Listen to Article
2 min read
80%

চামোলি: উত্তৰাখণ্ডৰ হিমবাহ বিষ্ফোৰণে শেষ কৰি দিলে বহুতৰ জীৱন৷ কালি গোটেই নিশা তপোবন টানেলত চলিল উদ্ধাৰ কাৰ্য৷ ধ্বংসস্তুপৰ মাজৰপৰা উদ্ধাৰ কৰা হৈছে প্ৰায় ২৬ জনৰমৃতদেহ৷ স্থানীয় লোকৰ মাজত এতিয়াও বিৰাজ কৰিছে আতংক৷

আৰু পঢ়িব পাৰিব : ‘অসম লোকসেৱা আয়োগ’ৰ নতুন অধ্যক্ষ হিচাপে শপত ল’লে ৰাজীৱ কুমাৰ বৰাই…

তপোবনৰ প্ৰায় ১৯০০ মিটাৰ দীঘল সুৰংগ পথত আৰু লোক আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে৷ আজিও পুৱাৰ ভাগত ২জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে৷ ডেৰ শতাধিক লোক এতিয়াও সন্ধানহীন হৈ আছে৷ ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱতে ঘটনাস্থলীলৈ গৈ পৰিস্থিতিৰ বুজ লয়৷ উদ্ধাৰকাৰ্যৰ বাবে ইতিমধ্য়ে ২০ কোটি টকা মোকলাই দিয়া হৈছে৷

আৰু পঢ়িব পাৰিব : ৰাজ্যসভাত ভাষণৰ মাজতে আজি হঠাৎ উচুপি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

চিকিৎসালয়ত আহতসকলৰ স্বাস্থ্য়ৰ বুজ লোৱাৰ উদ্দেশ্য়ে মুখ্য়মন্ত্ৰী উপস্থিত হয়৷ ইফালে ঘটনা সন্দৰ্ভত বিভিন্নজনে প্ৰকাশ কৰিছে ভিন্ন মত৷ কোনোৱে মানুহৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি ক'ব বিচাৰিছে আৰু কোনো কোনোৱে ভাগ্য়ক ধিয়াই পৰিস্থিতিৰ সন্মুখীন হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ