--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: সদ্যহতে গ্ৰেপ্তাৰ কৰা নহয় শশী থাৰুৰ আৰু ছয়জন সাংবাদিক৷ গণৰাজ্য দিৱসৰ ট্ৰেক্টৰ ৰেলীত হোৱা হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি তেওঁলোকে কৰা টুইটক লৈ গোচৰ ৰুজু কৰা হৈছিল৷

আৰু পঢ়িব পাৰিব : ‘অসম লোকসেৱা আয়োগ’ৰ নতুন অধ্যক্ষ হিচাপে শপত ল’লে ৰাজীৱ কুমাৰ বৰাই…

গোচৰ সন্দৰ্ভত আটাইকেইজনকে আটক কৰাৰ পূৰ্ণ সম্ভাৱনা আছিল যদিও উচ্চতম ন্যায়ালয়ে আজি কোনো এজেঞ্চীক তেওঁলোকক গ্ৰেপ্তাৰ নকৰিবলৈ নিৰ্দেশ দিছে৷ জানিব পৰামতে দুসপ্তাহৰ পাছত পুনৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰা হ’ব৷ আটাইকেইজনকে ৰাষ্ট্ৰদ্ৰোহ, শত্ৰুতাৰ প্ৰচাৰ আৰু অপৰাধী ষড়যন্ত্ৰ সম্পৰ্কীয় আইনৰ অধীনত কৰা টুইটৰ বাবে অভিযুক্ত কৰা হৈছিল।

আৰু পঢ়িব পাৰিব : ৰাজ্যসভাত ভাষণৰ মাজতে আজি হঠাৎ উচুপি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰীয় ৰাজধানীত ট্ৰেক্টৰ ৰেলীৰ সময়ত দিল্লী আৰক্ষীয়ে এজন কৃষকক হত্যা কৰাৰ মিছা অভিযোগেৰে বিভ্ৰান্তিকৰ পোষ্ট দিয়াৰ অভিযোগ তেওঁলোকৰ ওপৰত আৰোপ কৰা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে পাঁচখন ৰাজ্যত এফআইআৰ দাখিল কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ