--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত বনাম পাকিস্তানৰ ক্ৰিকেট খেল চলি আছে। আহমেদাবাদ ষ্টেডিয়াম কেৱল ভাৰতীয় জাতীয় পতাকাৰে ভৰি আছে। পাকিস্তানৰ পতাকা বিচাৰি পোৱাটো কঠিন। সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি তাৰকালৈকে সকলোৰে কাম শেষ হৈছে, কোনোবাই টেলিভিছনৰ সন্মুখত বহিছে, কোনোবাই আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামলৈ গৈছে। সকলোৱে নিজৰ নিজৰ ছ’চিয়েল মিডিয়া পেজত কিবা নহয় কিবা এটা পোষ্ট কৰি আছে।

উৰ্বশী ৰাউটেলাইও নীলা ৰঙৰ পোছাক পৰিধান কৰি ষ্টেডিয়ামত উপস্থিত হয়। তেওঁ সামাজিক মাধ্যমত লিখিছে, “ভাৰত বনাম পাকিস্তান। বিশ্বকাপ ২০২৩।”

যোৱা বছৰৰ পৰা নায়িকাগৰাকীৰ ক্ৰিকেটৰ প্ৰতি থকা প্ৰেমে অধিক শিৰোনাম দখল কৰি আহিছে। ক্ৰিকেট তাৰকা ঋষভ পন্তৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ বহু আলোচনা চলিছিল। ইয়াৰ পিছতে ঋষভ ডাঙৰ দুৰ্ঘটনাত পতিত হয়। সেই সময়ত অভিনেত্ৰীগৰাকীয়ে তেওঁক চাবলৈ চিকিৎসালয়লৈ লৰালৰিকৈ গৈছিল, এনেধৰণৰ উৰাবাতৰি ইণ্ডাষ্ট্ৰীত।

আহমেদাবাদ ষ্টেডিয়ামত নায়িকাগৰাকীক দেখি বহুতে প্ৰশ্ন উত্থাপন কৰিলে, "ঋষভ খেলপথাৰত নাই, তেন্তে ষ্টেডিয়ামত উৰ্বশীয়ে কি কৰি আছে?" কেতিয়াবা শুনা গৈছিল যে অভিনেত্ৰীগৰাকীয়েও শুবমান গিলৰ ওপৰত চকু ৰাখিছে। যদিও এসময়ত ছাইফ-কন্যা চাৰা আলী খান আৰু শচীন তেণ্ডুলকাৰৰ কন্যা চাৰাৰ শুবমানৰ সৈতে সম্পৰ্ক থকাৰ উৰাবাতৰি প্ৰচাৰ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ