--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বকাপৰ খেলত ভাৰতৰ হাতত শোচনীয় পৰাজয় বৰণ কৰা শ্ৰীলংকাৰ দলটো এতিয়া নিজৰ দেশত তীব্ৰভাবে সমালোচিত হৈছে।   শ্ৰীলংকাৰ দলটোৱে ভাৰতৰ হাতত  ৩০২ ৰাণৰ বৃহৎ ব্যৱধানত  পৰাজিত হৈছিল। আৰু এই অপমানজনক পৰাজয়ৰ পিছত সমগ্ৰ দ্বীপৰাষ্ট্ৰতে এতিয়া দলটোৰ বিৰুদ্ধে  সমালোচনাৰ ধুমুহা  বলিছে।


এনে সমালোচনাৰ মাজতে শ্ৰীলংকাৰ ক্ৰীড়া মন্ত্ৰী ৰোশন ফাৰ্নাণ্ডোৱে ঘৰুৱা ক্ৰিকেট ব'ৰ্ডৰ সকলো সদস্যক পদত্যাগ কৰিবলৈ কৈছে।মন্ত্ৰীগৰাকীয়ে কয়  "শ্ৰীলংকাৰ ক্ৰিকেট ব’ৰ্ডৰ বিষয়াসকলে তেওঁলোকৰ পদত বাহাল  থকাৰ  কোনো নৈতিক অধিকাৰ নাই। তেওঁলোকে স্বেচ্ছাই পদত্যাগ কৰা উচিত। " 

সংবাদ মাধ্যমতো শ্ৰীলংকাৰ হৃদয়বিদাৰক পৰাজয়ৰ পিছত লংকাৰ দলটোক কঠোৰভাবে সমালোচনা কৰা হৈছিল।
উল্সেখ্য  শ্ৰীলংকাই ১৯৯৬ চনৰ পৰা আজিলৈকে এখনো  বিশ্বকাপ জিকিব পৰা নাই। 

এছিয়া কাপৰ ফাইনেলত শ্ৰীলংকা ৫০ ৰাণত বাহিৰ হৈছিল। বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে শ্ৰীলংকাৰ বেটিং বিফলতাই সকলোকে আচৰিত কৰি তুলিছিল। ভাৰতে প্ৰথমে বেটিং কৰিছিল আৰু ৩৫৭ ৰাণ সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই মাত্ৰ  ৫৫ ৰাণতে খেল সমৰিবলগীয়া হৈছিল।  তাৰ পিছতে দলটোৰ বিৰুদ্ধে  দ্বীপৰাষ্ট্ৰখনত তীব্ৰ সমালোচনা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ