--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ অভিযানত নিহত লস্কৰ ই তৈবাৰ তিনি দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। জম্মু–কাশ্মীৰৰ শ্ব’পিয়াত ইমামছাহাব অঞ্চলৰ তুলৰানত ভাৰতীয় সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে লস্কৰ ই তৈবাৰ তিনি সন্ত্ৰাসবাদী।

জম্মু–কাশ্মীৰৰ ডিজিপি দিলবাগ সিঙে কৈছিল যে নিৰ্ভৰযোগ্য সূত্ৰৰ আধাৰত শ্ব’পিয়াত অভিযান আৰম্ভ কৰা হৈছিল। তেওঁ কয় যে ২৪ ঘণ্টাৰ ভিতৰত এয়া তৃতীয়টো সংঘৰ্ষ।

মৃত তিনি সন্ত্ৰাসবাদীৰ পৰা নিৰাপত্তাৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰিছে। তিনি সন্ত্ৰাসবাদীৰ মাজৰ এটাক মুখতাৰ শ্বাহ বুলি চিনাক্ত কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?