--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শৰীৰটোক স্বাস্থ্যৱান কৰি ৰাখিবলৈ ভিটামিন ডি অতি প্ৰয়োজনীয়। ভিটামিন ডিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি আমাক বহু ৰোগৰ পৰা আঁতৰাই ৰাখে। পেশী আৰু দাঁত শক্তিশালী কৰাৰ বাবেও ভিটামিন ডি অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰা হয়। শৰীৰত ভিটামিন ডি কমিলে বহু সমস্যাৰ সৃষ্টি হয়। 

মানৱ শৰীৰে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহি ভিটামিন ডি প্ৰস্তুত কৰে। কিন্তু আজিৰ ব্যস্ত জীৱনশৈলীৰ তাগিদাত পৰি পৰ্যাপ্ত সূৰ্যৰ পোহৰ আমাৰ শৰীৰটোত নপৰাৰ বাবে এই ভিটামিনৰ অভাৱ হ'ব পাৰে। উল্লেখ্য যে, ৰ’দেই ভিটামিন D ৰ এক বৃহৎ উৎস। কিন্তু প্ৰকৃতিয়ে এনে বহুতো খাদ্যও দিছে, যিবোৰত ভিটামিন D প্ৰচুৰ পৰিমাণে থাকে আৰু এইবোৰ নিয়মীয়াকৈ গ্ৰহণ কৰিলে শৰীৰত ইয়াৰ অভাৱ সোনকালে পূৰণ কৰিব পৰা যায়।

  
ভিটামিন D কমি যোৱাৰ লক্ষণ 

সকলো সময়তে ভাগৰি পৰা। 
হাড় দুৰ্বল হোৱা। 
বাৰে বাৰে অসুস্থ হৈ পৰা।
হতাশা। 
চুলি সৰা। 
ছালত প্ৰভাৱ।

কোনবোৰ খাদ্যই ভিটামিন ডিৰ অভাৱ পূৰণ কৰিব ?  

দৈ, গাখীৰ, কাঠফুলা, কমলা ৰস, কটেজ চীজ, বন্ধাকবি, কণীৰ কুহুম আদি  




FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ