--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ৰাস্তাত নেমু–জলকীয়া পৰি থকা নিশ্চয় দেখিছে। আধুনিক সময়ত সকলো কুসংস্কাৰমুক্ত। তথাপি বহুতৰে মনত অনেক ধাৰণা আছে যি এতিয়াও সৌভাগ্যৰ বাবে মানুহে মানি চলে। বেয়া নজৰ এৰি চলিবলৈ বহুক্ষেত্ৰত অনেক বিশ্বাস আছে বহুতৰে। এনে অৱস্থাত পথত কোনো বস্তু পৰি থাকিলে সেয়া স্পৰ্শ কৰা বা অতিক্ৰম কৰা উচিত নহয়। ই আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

প্ৰায়ে আমি দেখো যে পথত পূজাৰ সামগ্ৰী বা খাদ্য ৰখা হয়। ধৰ্মী বিশ্বাস অনুসৰি, পূৰ্ব পুৰুষৰ বাবে খাদ্য ৰখা হয়। এই ধৰণৰ সামগ্ৰী বা বস্তুৰ পৰা দূৰত থকা ভাল। ইয়াৰ উপৰি ক’ৰবাত পোৰা কাঠ বা ছাই থাকিলে সেয়া অতিক্ৰম কৰা উচিত নহয়।

পথত কোনো মৰা পশু পৰি থকা দেখিলে সেয়া দেখাৰ লগে লগে দিশ পৰিৱৰ্তন কৰিব লাগে। আপুনি তাৰ পৰা বাওঁ বা সো দিশে যাব পাৰে, কিন্তু কোনো অৱস্থাতে সেই প্ৰাণীটোক অতিক্ৰম কৰাৰ চেষ্টা নকৰিব৷ 

জ্যোতিষ শাস্ত্ৰ অনুসৰি, মৃত প্ৰাণীৰ শৰীৰত প্ৰচূৰ নেতিবাচক শক্তি থাকে। সেয়ে যদি কোনো ব্যক্তিয়ে এটা মৃত প্ৰাণী অতিক্ৰম কৰে বা ওপৰেৰে পাৰ হয়, সেই নেতিবাচক শক্তিয়ে তেওঁৰ জীৱনত প্ৰৱেশ কৰিব পাৰে আৰু বেয়া প্ৰভাৱ পেলাব পাৰে।

বহুতে তেওঁলোকৰ পৰিয়াল বা ঘৰখন বেয়া দৃষ্টিৰ পৰা ৰক্ষা কৰিবলৈ ৰাস্তাত নেমু–জলকীয়া পেলাই দিয়ে। যদি পথত কোনো নেমু–জলকীয়া পৰি থকা দেখে, তেন্তে মনত ৰাখিব কোনোৱে এই কৌশলটো কৰিব পাৰে। ইয়াত ভৰি নিদিব, ওপৰেৰে পাৰ নহ’ব বা গাড়ী নচলাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ