--°C
Loading...
Listen to Article
2 min read
80%
মেষ ৰাশি – আজিৰ দিনটো খুব আশাপ্রদ দেখা নাযায়। কর্মক্ষেত্ৰত আশা কৰা মতে ফল পাব। প্রাপ্যদি থাকিলে চেষ্টা কৰাটো উচিত হ’ব। নতুন কামৰ চেষ্টাত দূৰ যাত্রা। শুভ ৰং মটিয়া, শুভ সংখ্যা-৫।

বৃষৰাশি – ঘৰুৱা পৰিৱেশ বৰ এটা প্রতিকূল নহ’ব। শাৰীৰিক সমস্যা থাকিব। পঢ়া-শুনাত থকা সকলে বিশেষ যত্ন কৰক। ব্যৱসায়ত বাধা নাই। প্ৰেমত বেয়া দেখা নাযায়।
শুভ ৰং বগা, শুভ সংখ্যা-২।

মিথুনৰাশি – নিজ কামত কৃতকার্যতাৰ কাৰক। নিজৰ প্রতি নিষ্ঠা বাঢ়িব। দাম্পত্যন্ত নিৰাশ হোৱাৰৰ যোগ। বিদ্যাত মনোযোগ দিব। ব্যৱসায়ত অর্থ বিনিয়োগ কৰোতে সাৱধান।
শুভ ৰং গেৰুৱা, শুভ সংখ্যা-১।

কৰ্কটৰাশি – কর্মক্ষেত্রত যোগ্যতা বজাই ৰখাৰ চেষ্টা কৰক। কাৰোবাৰ বাবে মনত দুখ পাব পাৰে। ভাই-ভনীৰ বিয়াৰ কথাত সুখী হ’ব। ভ্রমণ পাৰিলে স্থগিত ৰাখক।
শুভ ৰং গেৰুৱা, শুভ সংখ্যা-২।

সিংহ ৰাশি – আয় বৃদ্ধি লগতে সঞ্চয়ৰ ক্ষেত্ৰতো উন্নতি হোৱা দেখা যায়। কোনো লোকৰ কর্মজীৱনৰ আৰম্ভ আৰু কোনো লোকৰ পাৰিবাৰিক স্বচ্ছলতা আৰু সামাজিক কামত খ্যাতি লাভ।
শুভ ৰং বগা, শুভ সংখ্যা-৮ ।

কন্যা ৰাশি- আর্থিক অনুকূল নহয় যদিও ভয়ৰো কাৰণ নাই। নতুন সম্পত্তি ক্রয় কৰিব পাৰে, ভৱিষ্যতে বহু কামত দিব। বিদ্যাত বাধা নাই। কৰ্মক্ষেত্ৰত শুভ ফল পাব।
শুভ ৰং কমলা, শুভ সংখ্যা-৩।

তুলাৰাশি – আর্থিকত আয়তকৈ ব্যয় বেছি হ’ব। আকস্মিকভাৱে ধন প্রাপ্তিৰ চেষ্টাত কোনোৱে সফল হ’ব। ব্যৱসায়ীসকলৰ মন অস্থিৰ থাকিব দিনটো।
শুভ ৰং ৰঙা, শুভ সংখ্যা-৬।

বৃশ্চিক ৰাশি –  শৰীৰ খুব ভাল বুলিব নোৱাৰি। তথাপি মজলীয়াভাৱে দিনটো পাৰ হ’ব। যাত্ৰাৰ সম্ভাৱনা। সৰু-সুৰা আঘাতৰ বাবে সতর্ক হওক। প্রেমত উৎসাহ।
শুভ ৰং কমলা, শুভ সংখ্যা-৮।

ধনু ৰাশি –  ব্যৱসায়ীসকল সতর্ক থাকক। কর্মক্ষেত্ৰত বাধাৰ মাজেদি সফলতা পাব। শৰীৰৰ প্ৰতি নজৰ দিব, কিছু সমস্যা দেখা যায়। ঘৰুৱা মতান্তৰ। যোগ্যজন পুৰস্কৃত হোৱাৰ যোগ।
শুভ ৰং বগা, শুভ সংখ্যা-৩ ।

মকৰ ৰাশি-  সাহসিকতাৰে কৰ্মত আগুৱাই যোৱাৰ চেষ্টা কৰক। কর্মক্ষেত্ৰত যোগ্যতা ৰখাৰ চেষ্টা কৰক। খেলিমেলিৰে দিনটো পাৰ হ’ব পাৰে। বিদ্যাত শুভ। উদ্বেগ আদিৰ কিছু সমাধানৰ আশা।
শুভ ৰং কলা, সংখ্য-৬।

কুম্ভৰাশি – আর্থিক কষ্ট দেখা যায়। প্রাপ্য ধনাদিৰ বাবে চেষ্টা থকাটো উচিত আজি নহলেও দুদিনমানলৈ অপেক্ষা কৰক। শৰীৰ ভালে ৰাখক। ভ্রমণত আহুকাল।শুভ ৰং ৰঙা, শুভ সংখ্যা-৪।

মীন ৰাশি – বিদ্যাত মধ্যম। দিনটোত আপোনাৰ মনৰ অৱস্থা ভাল নাথাকিবও পাৰে। পত্নীৰ মতামতক প্রাধান্য দিলে লাভৱান হ’ব। স্বাস্থ্যই কিছু চিন্তাত ৰাখিব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা-৯।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু