--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথমপি এক আৰ্থিক বিপদৰ পৰা বাচিল ইউকো বেংক৷নৱেম্বৰ মাহত ভুলকৈ অসংখ্য একাউণ্টত জমা হোৱা ৮২০ কোটি টকাৰ ভিতৰত ৭০৫.৩১ কোটি টকা উদ্ধাৰ কৰিছে ইউকো বেংকে।

৪১ হাজাৰ ইউচিঅ’ বেংক একাউণ্টলৈ ধন হস্তান্তৰ কৰাটো বেংকৰ আইএমপিএছ পেমেণ্ট চেনেলত হোৱা কাৰিকৰী ত্ৰুটিৰ পৰিণতিস্বৰূপে সংঘটিত হয়।

ইণ্টাৰনেট বেংকিং, মোবাইল বেংকিং এপ, এটিএম, বেংক শাখাকে ধৰি বিভিন্ন চেনেলৰ জৰিয়তে উপলব্ধ ২৪/৭ তৎক্ষণাত ঘৰুৱা পুঁজি স্থানান্তৰৰ সুবিধা আন্তঃবেংক ম’বাইল বা তাৎক্ষণিক পেমেণ্ট চিষ্টেমত এই ঘটনা সংঘটিত হয়।

ইপিনে ১৫ নৱেম্বৰত ইউকো বেংকে বেংকটোৰ দুজন সহায়ক অভিযন্তা আৰু অন্যান্য অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ত এফআইআৰ দাখিল কৰে।

ইয়াৰ পাছতে চিবিআইয়ে ৫ ডিচেম্বৰত পশ্চিম বংগ আৰু কৰ্ণাটকৰ প্ৰায় ১৩টা স্থানত অনুসন্ধান চলাই মোবাইল ফোন, লেপটপ, কম্পিউটাৰ চিষ্টেম, ইমেইল আৰ্কাইভ, ডেবিট/ক্ৰেডিট কাৰ্ডৰ দৰে ইলেক্ট্ৰনিক প্ৰমাণ উদ্ধাৰ কৰে।বিত্তীয় সেৱা খণ্ডত চাইবাৰ সুৰক্ষাৰ প্ৰত্যাহ্বানৰ প্ৰতি চৰকাৰে দিয়া সঁহাৰিৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ২৮ নৱেম্বৰত বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰস্তুতিৰ মূল্যায়নৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ