--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বকলীয়াঘাট সামূহিক চিকিৎসালয়ত ভৰ্তি লোক সকল।তেওঁলোকে গাহৰি মাংস আৰু কচুৰ লগতে অন্যান্য ব্যঞ্জন ভোজন কৰিছিল বিয়াঘৰত।

ডিজিটেল ডেস্ক: বকলীয়াঘাটত খাদ্যত বিষক্ৰিয়া হৈ ৫০ জন লোক চিকিৎসাধীন। দেওবাৰে বকলীয়াঘাটৰ বাহনী আদৰ্শ গাঁৱত বিয়া খোৱাৰ পিছতেই এই ঘটনা সংঘটিত হয়।


বকলীয়াঘাট সামূহিক চিকিৎসালয়ত ভৰ্তি লোক সকল।তেওঁলোকে গাহৰি মাংস আৰু কচুৰ লগতে অন্যান্য ব্যঞ্জন ভোজন কৰিছিল বিয়াঘৰত।


জ্বৰ, বমি, মূৰৰ বিষ হৈ ৰোগী সকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।


বিষক্ৰিয়াত কেইবাটাও শিশু যন্ত্ৰণাত ছটফটাই থাকে। এই পৰ্যন্ত ৰোগী সকল কিছু পৰিমাণে সুস্থ হোৱা পৰিলক্ষিত হৈছে ৷


বিয়াঘৰৰ খাদ্যত বিষক্ৰিয়া কেনেকৈ হ’বলৈ পালে তাকে লৈ চাঞ্চল্য অব্যাহত। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ