--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ সেৱা খণ্ডই ১৪ টা বছৰৰ ভিতৰত আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ দেখুৱাইছে৷  ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় চাহিদাৰ বাবে দেশৰ সেৱা খণ্ডৰ বিকাশৰ হাৰ বৃদ্ধি পাইছে৷ শেহতীয়াকৈ এইচএছবিচিৰ এক জৰীপত ভাৰতৰ  কোৱা হৈছে যে আগষ্ট ২০২১-ৰ পৰা সেৱা খণ্ডটো ধাৰাবাহিকভাৱে  বিকাশৰ পথত দ্ৰুত গতিত আগবাঢ়িছে৷ 

 সমীক্ষাত দেখুৱাইছে যে এপ্ৰিলত এই বিকাশৰ হাৰ  কিছু পৰিমাণে হ্ৰাস হৈছিল  ৫৮.৮ শতাংশ হৈছিল৷ উৎপাদন আৰু সেৱাৰ ক্ষেত্ৰত মাৰ্চ মাহত  আঠ মাহৰ সৰ্বোচ্চ ৬১.৮ হৈছিল। এইচএছবিচিৰ মুখ্য  অৰ্থনীতিবিদ প্ৰাঞ্জুল ভাণ্ডাৰীয়ে কয় " ভাৰতৰ সেৱা খণ্ড  এপ্ৰিল মাহত অলপ লেহেম গতিত বিকশিত হৈছিল৷ কিন্তু সামগ্ৰীকভাবে এই বৃদ্ধি ভাল,"। বিত্ত আৰু বীমাৰ ব্যৱসায়ে  'তীব্ৰ' বিকাশৰ ধাৰা প্ৰকট কৰা বুলিও তেওঁ কয়৷  




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement