--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতীয় ৰাজনীতিৰ এক ব্যতিক্ৰমী চৰিত্ৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। উন্নয়নৰ ৰাজনীতিৰ বাবে জনাজাত কেজৰিৱালৰ চিন্তাধাৰাও ব্যতিক্ৰমী।
আজি নিজৰ দলীয় নেতা আৰু কৰ্মীৰ এখনি সভাত ভাষণ দি তেওঁ প্ৰত্যেককে নিৰ্বাচনী টিকট আৰু পদবীৰ বাবে হাবিয়াস কৰাৰ সলনি দেশ তথা সমাজৰ বাবে আন্তৰিকতাৰে কৰ্তব্য পালন কৰি গৈ নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ আহ্বান জনায়।

“আপুনি যদিহে মোৰ ওচৰলৈ পদবী বিচাৰি আহে তেন্তে মই বুজিম যে আপোনাৰ যোগ্যতা নাই আৰু সেইবাবেই আপুনি পদবী বিচাৰিবলগীয়া হৈছে।দৰাচলতে সেয়া কৰাৰ সলনি আপুনি এইভাৱে কৰ্ম কৰা উচিত যাতে মই নিজেই আপোনাক পদবী যাচিবলৈ বাধ্য হওঁ”।

উল্লেখ্য যে আম আদমি পাৰ্টিয়ে সমাগত পঞ্জাৱ, গোৱা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যহত ৰাখিছে। কেজৰিৱালে বিভিন্ন স্থানৰ দলীয় নেতা-কৰ্মীৰ সৈতে সভা অনুষ্ঠিত কৰি তেওঁলোকক উৎসাহিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক