--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংগালুৰুৰ জাষ্ট ক্ৰিকেট একাডেমীত অনুষ্ঠিত ৰঞ্জি ট্ৰফীৰ দ্বিতীয় ছেমিফাইনেলত মুখামুখি হৈছিল মুম্বাই আৰু উত্তৰ প্ৰদেশ। তৃতীয় দিনৰ শেষত ত্ৰাণকৰ্তাৰ আসনত আছিল পৃথ্বী শ্বৰ মুম্বাই। ৩৪৮ ৰানৰ পৰ্বতসম অগ্ৰগতি লৈছে দলটোৱে। অৱশ্যে, বৃহস্পতিবাৰে দুটা বেলেগ কাৰণত শিৰোনাম দখল কৰিছে মুম্বাইৰ দুগৰাকী অ’পেনাৰ- যশস্বী জয়ছোৱাল আৰু পৃথ্বী শ্বই।

পৃথ্বীৰ বেটৰ পৰা আহে দ্ৰুত অৰ্ধশতক। আৰু ৫৪টা বল খেলাৰ পাছত প্ৰথম ৰান লাভ কৰে যশস্বীয়ে। পিছে এক ৰান কৰিয়েই বেট তুলিলে খেলুৱৈগৰাকীয়ে! ড্ৰেছিং ৰুমৰ পৰা হাত চাপৰিৰে সম্ভাষণ জনায় সতীৰ্থই। এই হাস্যকৰ ঘটনাই শিৰোনাম দখল কৰা দেখা যায় ক্ৰীড়া এৰিনাত। 

২০০৮ চনত ৰাহুল দ্ৰাবিড়ে এনে এটা ঘটনাৰ বাবে সংবাদ শিৰোনাম দখল কৰিছিল। ছিডনীত ৪০টা বল খেলি প্ৰথম ৰান লাভ কৰিছিল দ্ৰাবিড়ে। অনুৰাগীৰ বাবে বেট তুলি লৈছিল দ্ৰাবিড়ে। দ্ৰাবিড়ৰ কথাকেই যেন আকৌ এবাৰ মনত পেলাই দিলে যশস্বীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ