--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত ধাৰাবাহিকভাৱে চিনাক্ত হৈ আছে ক'ভিড-১৯ ৰোগী৷ বিগত ২৪ঘন্টাত মুঠ ৫৬, ২১১গৰাকী লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে টুইটযোগে প্ৰকাশ কৰে৷ লগতে এই সময়চোৱাত ২৭১ গৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব : হত্যা নে দুৰ্ঘটনা! পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুক লৈ আৰক্ষীৰ হাতত নতুন তথ্য

ইয়াৰ লগে লগে কৰ'নাত আক্ৰান্তৰ সংখ্যা ১,২০,৯৫,৮৫৫লৈ বৃদ্ধি পায় ভাৰতৰ। ইয়াৰে ৫, ৪০, ৭২০ গৰাকী ৰোগী বৰ্তমানেও বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সোমবাৰৰ দিনটোত ৩৭,০২৮জনক ক'ভিডমুক্ত ঘোষণা কৰে৷

আৰু পঢ়িব পাৰিব : পুনৰ তেলখাদত ভয়ংকৰ অগ্নিকাণ্ড, ১০০০ লোকক স্থানান্তৰ…

ইপিনে দেশত মুঠ ৬কোটি ১১লাখৰো অধিক ৰোগীক ক'ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে। দেশৰ কেইবাখনো জিলাত ক'ভিডৰ ঘটনা বৃদ্ধি পোৱাত পুনৰ লকডাউন দিয়াৰ লগতে নতুনকৈ নীতি-নিৰ্দেশনাও জাৰি কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ