--°C
Loading...
Listen to Article
2 min read
80%

অযোধ্যা : অযোধ্যাৰ ৰাম জন্মভূমিত নিৰ্মাণ হ’বলগীয়া ‘ৰাম মন্দিৰ’ৰ পৰিসৰ বৃদ্ধি পাব। ‘ৰাম মন্দিৰ’ৰ পৰিসৰ ৭০ একৰৰ পৰা ১০৭ একৰলৈ বৃদ্ধি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে মন্দিৰ নিৰ্মাণ হ’বলগীয়া স্থানৰ সমীপত ৭,২৮৫ বৰ্গ ফুট মাটি ক্ৰয় কৰিছে।

আৰু পঢ়িব পাৰিব : প্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে সাজু বিজেপি মিত্ৰজোঁট

ন্যাসৰ এগৰাকী সদস্যই আজি এইকথা প্ৰকাশ কৰে। তেওঁ প্ৰকাশ কৰে যে, বহু প্ৰতীক্ষিত ৰাম মন্দিৰ নিৰ্মাণ কৰি থকা ন্যাসে ৭,২৮৫বৰ্গফুট মাটি ক্ৰয় কৰাৰ বাবে প্ৰতি বৰ্গফুটত ১,৩৭৩টকা দামেৰে ১ কোটি টকা আদায় দিছে। ন্যাসৰক্ষী অনিল মিশ্ৰই এই বিষয়ে কয়, ‘আমি এই আমাক মন্দিৰ নিৰ্মাণৰ বাবে অধিক ভূমিৰ প্ৰয়োজন হৈছে আৰু সেয়ে এই মাটি ক্ৰয় কৰা হৈছে।’ ন্যাসে নতুনকৈ ক্ৰয় কৰা এই মাটি আশ্ৰাফী ভৱনৰ সমীপত আছে।

আৰু পঢ়িব পাৰিব : দুৰ্বৃত্তই কামুৰি ছিঙিলে যুৱতীৰ কাণ! আৰক্ষীৰ নিৰ্লিপ্তিক লৈ ক্ষুব্ধ ৰাইজ

উল্লেখ্য যে, ৰাম জন্মভূমি ন্যাসে মন্দিৰৰ পৰিসৰ ১০৭ একৰলৈ বৃদ্ধিৰ প্ৰক্ৰিয়া চলাই আছে আৰু ইয়াৰ বাবে আৰু ১৪,৩০,১৯৫ বৰ্গফুট মাটি ক্ৰয় কৰাৰ প্ৰয়োজন হ’ব। মুখ্য মন্দিৰ ৫ একৰ ভূমিত নিৰ্মাণ কৰা হ’ব। বাকী অংশত সংগ্ৰহালয়, গ্ৰন্থালয় আদি নিৰ্মাণ কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ