--°C
Loading...
Listen to Article
2 min read
80%

পুনে : ক'ভিড-১৯ মহামাৰীৰ বাবে ব্যৱসায়ত বৃহৎ ক্ষতিৰ সন্মুখীন হোৱাৰ পাছত, পুনেৰ এজন নাপিতে গ্ৰাহকক আকৰ্ষিত কৰিবলৈ ব্যতিক্ৰমী কৌশল গ্ৰহণ কৰিছে৷ ইতিমধ্যে ছ'চিয়েল মিডিয়া তথা সংবাদ মাধ্যমতো এই কৌশলেৰে বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে নাপিতজনে৷ পুনেৰ এখন চেলুনৰ মালিক অবিনাশ বৰুণ্ডিয়াই মানুহক আকৰ্ষিত কৰিবলৈ ব্যৱহাৰ কৰিছে ৪ লাখ টকা দামৰ সোণৰ ৰেজৰ।

আৰু পঢ়িব পাৰিব : দ্বিপাক্ষিক সম্পৰ্ক : ঢাকাত বিদেশমন্ত্ৰী এছ জয়শংকৰ

ৰেজৰখন ৮০গ্ৰাম সোণৰে তৈয়াৰ কৰা হৈছে। তেওঁৰ বিশ্বাস যে, সোণৰ ৰেজৰেৰে ক্ষৌৰকৰ্ম কৰোঁৱা মানুহে নতুন অভিজ্ঞতা লাভ কৰিব। আৰু এই বিশেষ সোণৰ ৰেজৰৰ জৰিয়তে ক্ষৌৰকৰ্ম কৰাবলৈ এজন লোকে কেৱল ১০০ টকা ব্যয় কৰিব লাগিব।

আৰু পঢ়িব পাৰিব : ১০৭ একৰলৈ বৃদ্ধি পাব ৰাম মন্দিৰৰ পৰিসৰ

পুনেত বৰুণ্ডিয়াৰ চেলুনখন শেহতীয়াকৈ বিজেপি বিধায়ক গোপীচান্দ পডৱালকাৰে উদ্বোধন কৰিছিল। চেলুনৰ মালিকে বিশ্বাস কৰে যে সোণৰ ৰেজাৰৰ খবৰে তেওঁৰ চেলুনখনলৈ গ্ৰাহকসকলক আকৰ্ষিত কৰিব আৰু লকডাউনৰ সময়ত লোকচানৰ সন্মুখীন হোৱা তেওঁৰ ব্যৱসায় পুনৰুজ্জীৱিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ