--°C
Loading...
Listen to Article
2 min read
80%

ৱাওচাও : 'এবাৰ নোৱাৰিলে এশবাৰ কৰা'- কথাষাৰ তাৎপৰ্য নিশ্চয় সকলোৱে বুজি পায়৷ এই কথাষাৰৰ এক উৎকৃষ্ট প্ৰমাণ দেখুৱালে পোলেণ্ডৰ এজন ব্যক্তিয়ে৷ ড্ৰাইভিং লাইচেঞ্চৰ লাভৰ বাবে ১৭ বছৰ ধৰি এজন লোকে অৱতীৰ্ণ হৈ আছে পৰীক্ষাত। তেওঁ এতিয়ালৈকে ১৯২ বাৰ পৰীক্ষা দি এবাৰো পৰীক্ষাত উত্তীৰ্ণ হোৱা নাই।

আৰু পঢ়িব পাৰিব : ‘ৰাম মহল’ বা ‘শিৱ মহল’লৈ সলনি হ’ব তাজমহলৰ নাম!

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, পোলেণ্ডৰ পিট্ৰকোউ ট্ৰায়াবুনালস্কিৰ বাসিন্দা ৫০ বছৰীয়া লোকজনে বিগত ১৭ বছৰ ধৰি ড্ৰাইভিঙৰ অনুজ্ঞাপত্ৰৰ লাভৰ বাবে পৰীক্ষা দি আহিছে যদিও সফলতাৰ মুখ দেখাত ব্যৰ্থ হৈছে৷ তেওঁ মুঠ ১৯২ বাৰ পৰীক্ষাত বহি মুঠ ৬ হাজাৰ জলোটি(Zloty) বা ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ১.১৩ লাখ ব্যয় কৰিছে।

আৰু পঢ়িব পাৰিব : জন্মদিনত নতুন ছবিৰ ফাৰ্ষ্টলুক মুকলি কৰিলে আলিয়াই

পোলেণ্ডত ড্ৰাইভিং লাইচেঞ্চ পৰীক্ষাক প্ৰথমে তত্ত্ব পৰীক্ষা আৰু পাছত ব্যৱহাৰিক পৰীক্ষা দুটা ভাগত বিভক্ত কৰা হয়। তত্ত্ব পৰীক্ষাত ৫০-৬০ শতাংশ লোক উত্তীৰ্ণ হ’লেও, ব্যৱহাৰিক পৰীক্ষাত মাত্র ৪০শতাংশ লোকহে উত্তীৰ্ণ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ