--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতত বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ ৰে’ল নেটৱৰ্ক আছে। ভাৰতীয় ৰে’লৱেত দৈনিক লাখ লাখ লোকে যাত্ৰা কৰে আৰু ইয়াৰ ইতিহাস ইমানেই পুৰণি যে আপুনি কল্পনাও কৰিব নোৱাৰে। এনে বহু কাহিনী আছে যিবোৰৰ বিষয়ে বহু লোক অজ্ঞাত। ভাৰতীয় ৰে’লৱে পৰ্যটকৰ বাবে অতি উত্তম আৰু সহজ যাত্ৰা। আপুনি জানেনে ভাৰতীয় ৰে’লৱেৰ ১৭০ বছৰীয়া ইতিহাস কি? আৰু কিয় এতিয়াও বেছিভাগ লোকে ৰে’লেৰে ভ্ৰমণ কৰিবলৈ পচন্দ কৰে, জানো আহক।

কেতিয়াৰ পৰা আৰম্ভ হ’ল যাত্ৰীবাহী ৰে’ল?

 ভাৰতীয় ৰে’লৱেৰ আঁৰৰ ইতিহাস জানিবলৈ প্ৰথমে ভাৰতত প্ৰথমবাৰৰ বাবে যাত্ৰীবাহী ৰে’লখন কেতিয়া আৰম্ভ হৈছিল সেই কথা জনা উচিত। ভাৰতৰ প্ৰথম যাত্ৰীবাহী ৰে’ল ১৭০ বছৰ আগতে ১৮৫৩ চনৰ ১৬ এপ্ৰিলত আৰম্ভ হৈছিল। মুঠ ৪০০ যাত্ৰী এই ৰে’লৰে মুম্বাইৰ পৰা থানেলৈ যাত্ৰা কৰিছিল। ইয়াৰ আমোদজনক কথাটো হ’ল এই দিনটোক চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰা হৈছে।

 ভাৰতৰ প্ৰথম ৰে’ল ষ্টেচন-

ভাৰতৰ প্ৰথম ৰে’ল ষ্টেচন আছিল মুম্বাইত অৱস্থিত বৰি বুণ্ডাৰ। ১৮৫৩ চনত বড়ি বুণ্ডাৰৰ পৰা থানেলৈ ভাৰতৰ প্ৰথম যাত্ৰীবাহী ৰে’ল চলিছিল। ইয়াক গ্ৰেট ইণ্ডিয়ান পেনিনচুলাৰ ৰে’লৱে নিৰ্মাণ কৰিছিল। পাছলৈ ১৮৮৮ চনত ৰাণী ভিক্টোৰিয়াৰ নামেৰে এই ষ্টেচনটো ভিক্টোৰিয়া টাৰ্মিনাছ নামেৰে পুনৰ নিৰ্মাণ কৰা হয়।

 ভাৰতৰ প্ৰথমখন ৰে’ল-

ভাৰতৰ প্ৰথমখন ৰে’ল আছিল ৰেড হিল ৰে’লৱে, যিখন ৰেড হিলছৰ পৰা ১৮৩৭ চনত চিন্তাদ্ৰিপেট দলঙলৈ গৈছিল। মূলতঃ গ্ৰেনাইট পৰিবহণৰ বাবে ব্যৱহাৰ কৰা এই ৰে’লখন নিৰ্মাণৰ কৃতিত্ব ছাৰ আৰ্থাৰ কটনক দিয়া হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক