--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ২০২৪-২৫ত শুকুৰবাৰে শিলচৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেড এফ চিক ২-০ গ’লত পৰাস্ত কৰে বেংগালুৰু এফ চিয়ে। ব্লুজৰ গেমপ্লে’ত দক্ষ আছিল, কিয়নো তেওঁলোকে মাত্ৰ ৩৭.৩% প’ছেছনহে ৰাখিছিল যদিও লক্ষ্যত লোৱা চাৰিটা শ্বটৰ ভিতৰত দুটাকৈ গ’ল দিবলৈ তেওঁলোক সক্ষম হয়।

বৰ্তমান ২১ খন মেচত ৩৪ পইণ্টেৰে তালিকাৰ চতুৰ্থ স্থানলৈ উন্নীত হৈছে বেংগালুৰু এফ চি । আনহাতে, সমান সংখ্যক মেচত ৩২ পইণ্টেৰে পঞ্চম স্থানত আছে নৰ্থ-ইষ্ট ইউনাইটেড এফ চি ।

মেচখনত এলবাৰ্টো নেগুৱাৰাই দিয়া এটা পাছ ৰায়ান উইলিয়ামছে সুন্দৰভাৱে নৰ্থ-ইষ্ট ইউনাইটেডৰ নেটত প্ৰৱেশ কৰাই বেংগালুৰুক প্ৰাৰম্ভিক অগ্ৰগতি প্ৰদান কৰে । ঘৰুৱা দলটোৱে ১৮ মিনিটত আলায়েদ্দিন আজাৰাইৰ দ্বাৰা প্ৰত্যাক্ৰমণ কৰে কিন্তু বল গ'ল পোষ্টৰ ভিতৰলৈ মাৰি পঠিওৱাত বিফল হয় ।

আনহাতে, মেচখনৰ অন্তিম কেইমিনিটমানত বেংগালুৰু এফ চিয়ে দ্বিতীয়টো গ'ল কৰি গ'লৰ ব্যৱধান বৃদ্ধি কৰে আৰু নিশ্চিত জয়ৰ দিশে খোজ দিয়ে । 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক