--°C
Loading...
Listen to Article
2 min read
80%

যি সময়ত সমগ্ৰ দেশে ক'ভিডৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজি আছে, সেইসময়ত কোচিৰ এগৰাকী ব্যৱসায়ীৰ মহানুভবতাই সকলোবোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। লোকজনে জিলাখনত ক'ভিড চিকিৎসাৰ বাবে তেওঁৰ বাহনবোৰ কভিড-কেয়াৰ এম্বুলেন্সলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছে।

আৰু পঢ়িব পাৰিব : ভোট গননা : নিৰ্বাচন আয়োগে জাৰি কৰিলে নতুন নিৰ্দেশনা

শেহতীয়াকৈ, ত্ৰিককাৰাৰ বাসিন্দা নাজিব ভেল্লাকাল নিজেই এক সংকটৰ সন্মুখীন হৈছিল যেতিয়া তেওঁ ক'ভিড পজিটিভ কৰ্মচাৰীসকলক পালাক্কাডত থকা তেওঁৰ গৃহচহৰলৈ থবলৈ বাহন এখন পোৱা নাছিল। তেওঁ জয়নুল ট্ৰেভেলছৰ অধীনত ২০ খন টেম্পোক ক'ভিড এম্বুলেন্সলৈ ৰূপান্তৰ কৰিছিল।

তেওঁ কৈছে, 'মই পিছফালৰ দীঘলআসনৰ বাহিৰে সকলো বোৰ আসন আঁতৰাই দিছিলো।' 'মই চালকজনৰ বাবে এটা পিপিই কিট কিনিছিলো আৰু প্লাষ্টিকৰ চাদৰ ব্যৱহাৰ কৰি চালকৰ কেবিনটো পৃথক কৰিছিলো আৰু পালাক্কাডত ক'ভিড পজিটিভ ব্যক্তিজনৰ সেৱাৰ বাবে কাম কৰিছিলোঁ।' ২০ বছৰৰো অধিক সময় ধৰি বাহন ভাড়াৰ ব্যৱসায়ত থকা নাজিবে এইবুলি ব্যক্ত কৰে।

আৰু পঢ়িব পাৰিব : ভূমিকম্প : ৰাজ্যত দুজন লোক নিহত, আহত ১৫জন

অৱশ্যে এই ঘটনাই তেওঁক মহামাৰীৰ সময়ত সাধাৰণ লোকৰ সংগ্ৰামৰ বিষয়ে চিন্তা কৰিবলৈ বাধ্য কৰিছিল। "মই ভাবিছিলো যে মই কিবা কৰিব পাৰো নেকি। মোৰ বাহনবোৰ কেইবা মাহ ধৰি গেৰেজত পৰি আছে, সেইবোৰ কিয় ব্যৱহাৰ নকৰো' নাজিবে কৈছিল। আৰু তেতিয়াৰ পৰাই ক'ভিড ৰোগীৰ নিয়ন্তৰ সেৱাত বাহন সমূহ ব্যৱহৃত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ