--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিনিদ্ৰ ৰজনী কটাইছে টাইৱানবাসীয়ে।কাৰণ দুটা দিনত  ২০০ কৈও অধিক ভূমিকম্পই জোকাৰিলে টাইৱানক। বিগত দুটা দিনৰ ভিতৰত টাইৱানত ইটোৰ পিঠত সিটো ভূমিকম্প আহি আছে। কিন্তু  সুখৰ কথাটো এয়াই  ভূমিকম্কেপৰ ফলত কেৱল সামান্য ক্ষতিহে হৈছে।  কোনো স্থানৰ পৰা কোনো লোক  হতাহত হোৱাৰো  খবৰ পোৱা হোৱা নাই। 

উত্তৰ, পূব আৰু পশ্চিম টাইৱানৰ বৃহৎ অংশৰ অট্টালিকা কিছুমান হাউলি পৰা পৰিলক্ষিত হৈছে। টাইৱানত হোৱা আটাইতকৈ ডাঙৰ ভূমিকম্পটোৰ  মাত্ৰা  আছিল ৬.৩ প্ৰাবল্য। ৩ এপ্ৰিলত হুয়ালিয়েনত হোৱা ৭.২ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত ১,০০০ তকৈও অধিক আফটাৰশ্বক টাইৱানত অনুভূত হৈছিল।  টাইৱানত ২৩ এপ্ৰিলতো কেইবা  ডজন ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।  

 চৰকাৰে কৈছে  যে  এয়া দুসপ্তাহত  পূৰ্বে  দ্বীপটোত হোৱা শক্তিশালী ভূমিকম্পৰ আফটাৰশ্বক । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে  অবিৰতভাবে ভূমিকম্পৰ মাত্ৰা জুখি গৈছে।   ৰাজধানী টাইপেইত  থকা লোকসকলৰ বাবে দুটা নিশা অনিদ্ৰাৰ নিশা হিচাবে পাৰ হৈছে।  কেন্দ্ৰীয় বতৰ বিভাগে  কৈছে  যে  দুদিনত ২০০ তকৈও অধিক ভূমিকম্প ৰেকৰ্ড কৰা হৈছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক