--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ২৬ জানুৱাৰী ভাৰতবাসীৰ বাবে এক অতি বিশেষ দিন। আগন্তুক ২৬ জানুৱাৰীত সমগ্ৰ দেশে ৭৪সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব। ইয়াৰ বাবে ইতিমধ্যে সকলো ঠাইতে প্ৰস্তুতি আৰম্ভ হৈছে। সমগ্ৰ দেশতে গণৰাজ্য দিৱস ধুমধামেৰে পালন কৰা হয়। এই বিশেষ দিনটোত ক’ৰবাত ‘হিন্দুস্তান জিন্দাবাদ’ৰ শ্ল’গান দিয়া হয় যদি আন ক’ৰবাত ‘ভাৰত মাতা কি জয়’ৰ শ্ল’গান শুনা যায়। কোনো কোনো স্থানত বেছিভাগ বিদ্যালয়তে সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা দেখা যায়।

২৬ জানুৱাৰী বুলিলে কিছুমান বিশেষ ঠাইৰ কথা মনলৈ আহে। যেনে-

১. দিল্লীৰ ইণ্ডিয়া গেটঃ-প্ৰতিদিনে দিল্লীৰ ইণ্ডিয়া গেটত ভিৰ হয় যদিও ২৬ জানুৱাৰীৰ দিনটোক ইয়াত অতি বিশেষ দিন হিচাপে পৰিলক্ষিত হয়। ইয়াত ২৬ জানুৱাৰীত সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আৰু ভাৰতীয় সেনাৰ অনন্য পেৰেডে প্ৰতিজন ভাৰতবাসীৰ মন গৌৰান্বিত কৰি তোলে।

২. শিমলাৰ গণৰাজ্য দিৱসঃ-শিমলাৰ নাম শুনিলে নিশ্চয় মনলৈ আহে প্ৰাকৃতিক সৌন্দৰ্য্যৰ কথা। কিন্তু ২৬ জানুৱাৰীত ইয়াত পৰ্যটকৰ বিশেষ ভিৰ দেখা যায় কাৰণ ইয়াত গণৰাজ্য দিৱস অতি আড়ম্বৰেৰে পালন কৰা হয়। শিমলাৰ ৰিজ পাৰ্কত গণৰাজ্য দিৱস উদযাপন কৰা হয়।

৩. পঞ্জাবৰ বাঘা সীমান্তঃ-ৱাঘা সীমান্তৰ পেৰেডে দুয়োখন দেশৰ মাজত দেশপ্ৰেমৰ আৱেগ ভৰাই তোলে। এই পেৰেড চাবলৈ সমগ্ৰ বিশ্বৰ পৰা বহুতো পৰ্যটক আহে, কিন্তু ২৬ জানুৱাৰীত ইয়াৰ দৃশ্য আচৰিত। ইয়াত যেতিয়া সকলো একেলগে থিয় হৈ জাতীয় সংগীত গায়, তেতিয়া মনলৈ এক বেলেগ উদ্যম আহে। পঞ্জাবৰ অমৃতসৰত অৱস্থিত ৱাঘা সীমান্তৰ সিটো পাৰে পাকিস্তানৰ লাহোৰ।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক