--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : বৰবিহ ড্ৰাগৰ বিৰুদ্ধে আৰক্ষীৰ আন এক বৃহত সফলতা। কলকাতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চ (এছটিএফ)এ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ পৰা এছটিএফ-এ জব্দ কৰিবলৈ সক্ষম হৈছে ২৬ কোটি টকা দামৰ হেৰোইন।

স্পেচিয়েল টাক্স ফৰ্চৰ এগৰাকী শীৰ্ষ বিষয়াই দেওবাৰে এইকথা প্ৰকাশ কৰে। তেওঁ সদৰি কৰে যে, অভিযানকাৰীয়ে বিশেষ সূত্ৰৰপৰা লাভ কৰা তথ্যৰ আঁত ধৰি অভিযান চলায় আৰু মোষ্ট ৱাণ্টেড সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। শনিবাৰে মাজনিশা তেওঁক প্ৰগতি মৈদান আৰক্ষী থানাৰ অন্তৰ্গত কেপ্টেইন ভেৰীৰ ইএম বাইপাছৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁৰ জিম্মাৰ পৰা ২৫.৮৮কোটি টকা দামৰ ৫.১৭৭ কিলোগ্ৰাম হেৰোইন জব্দ কৰিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ কৰিছে এছটিএফ-এ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ