--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাইঃ বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মাৰ দেহৰক্ষীৰ মাহিলি দৰমহাৰ বিষয়টো সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। দেহৰক্ষীগৰাকীৰ দৰমহাৰ খতিয়ান ৰাজহুৱা হোৱাৰ পাছত চকু কপালত উঠিছে বহুতৰে। অনুষ্কাৰ নিৰাপত্তাৰ দায়িত্ব পালনৰ বাবে পৰিয়ালৰ পৰা নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিবলৈ বাধ্য এইগৰাকী দেহৰক্ষীৰ মাহিলি দৰমহাই সকলোকে বিস্মিত কৰি তুলিছে। অনুষ্কাৰ দেহৰক্ষীগৰাকীৰ নাম প্ৰকাশ সিংহ চনু।

সুদীৰ্ঘ নটা বছৰে অনুষ্কাৰ ছাঁটো হৈ আছে চনু। দেশ-বিদেশৰ যিকোনো প্ৰান্তলৈ গলেই অনুষ্কাৰ সংগী হয় চনু। নিষ্ঠা আৰু সততাৰ বাবে অনুষ্কাৰ পৰিয়ালৰ এগৰাকী নিৰ্ভৰযোগ্য সদস্য হৈ পৰিছে চনু। কেৱল, অনুষ্কাকে নহয় বিবাহপাশত আবদ্ধ হোৱাৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কৰ নিৰাপত্তাৰ দায়িত্বও বহন কৰি আহিছে চনু-এ। দেহৰক্ষীগৰাকীৰ কৰ্তব্যনিষ্ঠাত বিমুগ্ধ অনুষ্কাই প্ৰতিবছৰে তেওঁ জন্মদিনো পালন কৰে। উল্লেখ্য যে, অনুশকাৰ নিৰ্ভৰযোগ্য এইগৰাকী দেহৰক্ষী প্ৰকাশ সিংহ চনুৰ মাহিলি দৰমহা ১০লাখ টকা। অৰ্থাত বছৰি তেওঁৰ উপাৰ্জন ১ কোটি ২০লাখ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ